জিব্ৰাইল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জিব্ৰাইল (বিকল্প প্ৰতিবৰ্ণীকৰণ: জিবৰাইল, জিব্ৰঈল, জিবৰাঈল ইত্যাদি) জিবৰীল বা গেব্ৰিয়েল ইংৰাজী: Gabriel; সাঁচ:Hebrew Name; আৰবী ভাষা: جبريل, Jibrīl or جبرائيل Jibrāʾīl; প্ৰাচীন গ্ৰীক: Γαβριήλ, Gabriēl) হ'ল ইব্ৰাহিমীয় ধৰ্মসমূহত[1][2] বৰ্ণিত আল্লাহ বা ঈশ্বৰৰ বাৰ্তাবাহক ফৰিষ্টা বা স্বৰ্গীয় দূত, যিজন ঈশ্বৰ মনোনীত মানৱতা সংষ্কাৰক বা নবী,ৰাছুলসকলৰ ওচৰত ঐশী বাণী আবৃত্তি কৰি বৰ্ণনা কৰিছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Zimmerman, Julie. "Friar Jack's Catechism Quiz: Test Your Knowledge on Angels". AmericanCatholic.org. http://www.americancatholic.org/e-News/FriarJack/fj082102.asp। আহৰণ কৰা হৈছে: 16 February 2012. 
  2. Ali, Maulana Muhammad; Gallegos, Christopher (1936). The Religion of Islam. প্ৰকাশক Lahore: eBookIt.com. পৃষ্ঠা. 69. ISBN 9781934271186. http://books.google.ca/books?id=etnEKz_rOfgC&pg=PT69#v=onepage&q=%22transmission%20of%20the%20practices%22&f=false.