জিলেণ্ডিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জিলেণ্ডিক
Zeêuws
থলুৱা অঞ্চল  নেডাৰলেণ্ডচ
স্থানীয় ভাষিক
(undated figure of 220,000)[1]
ভাষা পৰিয়াল
ভাৰতীয়-ইউৰোপীয়
  • জাৰ্মেনিক
    • পশ্চিম জাৰ্মেনিক
      • তলৰ ফ্ৰেংকনিয়ান
        • ফ্লেমিছ
          • পশ্চিম ফ্লেমিছ
            • জিলেণ্ডিক
লিখন প্ৰণালী জিলেণ্ডিক (লেটিন লিপি)
ভাষা সংকেত
ISO 639-3 zea
গ্লোটোলগ zeeu1238[2]
লিংগোৱাস্ফেয়াৰ 52-ACB-af
Distribution of Zeelandic (blue) in the Low Countries
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

জিলেণ্ডিক ভাষা জিলেণ্ডৰ ওলন্দাজ অঞ্চলত আৰু দক্ষিণ হ'লেণ্ডত কথিত এক আঞ্চলিক ভাষা। যদিও ইয়াক প্ৰায় ওলন্দাজ ভাষাৰ উপভাষা হিচাপে অভিহিত কৰা হয়, উচ্চাৰণ, ব্যাকৰণ আৰু শব্দ-সম্ভাৰৰ ভালেমান অমিলে পাকৈত নোহোৱা ওলন্দাজ কথনকাৰীৰ বাবে জিলেণ্ডিক বুজা কষ্টকৰ কৰি তুলে। ভাষাগতভাৱে ই পশ্চিম ফ্লেমিছৰ এক উপভাষা।[3]

মূল[সম্পাদনা কৰক]

জিলেণ্ডিক হ'লেণ্ডিক আৰু পশ্চিমীয়া ফ্লেমিছৰ মাজৰ এক পাৰম্পৰিক স্থানীয় ভাষা। মধ্য যুগত আৰু আগৰ আধুনিক যুগত জিলেণ্ডক হলেণ্ড আৰু ফ্লেণ্ডাৰ, উভয়ৰে কাউণ্টে দাবী কৰিছিল। দুয়ো দিশৰে প্ৰভাৱ পৰিছিল। উত্তৰে গতি কৰিলে লাহেকৈ হলেণ্ডিকৰ প্ৰভাৱ বাঢ়ি অহা দেখা পোৱা যায়। তথাপিও জিলেণ্ডিক নিজা সীমাবদ্ধ।

বিশেষত্ব[সম্পাদনা কৰক]

মান্য ওলন্দাজ আৰু জিলেণ্ডিকৰ মাজত অনেক পাৰ্থক্য দেখা যায়, যেনে, জিলেণ্ডিকৰ ২ নহয়, ৩ লিংগ আছে আদি।

জিলেণ্ডিক ওলন্দাজ ইংৰাজী
d'n boer de boer the farmer
de boerinne de boerin the farmer's wife
uus huis house
kieke(n) kijken to look
tw twee two
d hoofd head

ছবি সংগ্ৰহ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. জিলেণ্ডিক at Ethnologue (15th ed., 2005)
  2. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Zeeuws". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/zeeu1238. 
  3. Marco Evenhuis. "Zeelandic". Language in the Netherlands. Streektaal.net. http://taal.phileon.nl/eng/zeelandic.php। আহৰণ কৰা হৈছে: 2007-06-03. "Together with West-Flemish and the Flemish spoken in northern France, Zeeuws is part of a cluster of remarkably homogenic dialects"