জোখ-মাপৰ হিচাপ
অৱয়ব
গোটা বস্তুৰ গণনা
[সম্পাদনা কৰক]অসমীয়া পদ্ধতি
[সম্পাদনা কৰক]- ২ টা = ১ যোৰ
- ৪ টা = ১ গণ্ডা / অঁৰা
- ২০ গণ্ডা / অঁৰা = ১ পোণ
- ৫ গণ্ডা = ১ কুৰি
- ৪ কুৰি = ১ পোণ
- ১৬ পোণ = ১ কাওণ
পাণৰ হিচাপ
[সম্পাদনা কৰক]- ২ খিলা = ১ যোৰ / হলা
- ২০ খিলা = ১ মুঠা / গুচি
- ২০ মুঠা / গুচি = ১ টা / ১ গোট
এড়ি মুগাৰ হিচাপ
[সম্পাদনা কৰক]- ৪ টা = ১ অঁৰা / গণ্ডা
- ১৬ আঁৰা = ১ পোণ
- ২০ আঁৰা = ১ শ
- ২০ শ = ১ হাজাৰ[1]
সময়ৰ জোখ
[সম্পাদনা কৰক]- ১ মিনিট = ৬০ ছেকেণ্ড
- ১ ঘণ্টা = ৬০ মিনিট = ৩৬০ ছেকেণ্ড
- ১ দিন = ২৪ ঘণ্টা = ১,৪৪০ মিনিট = ৮৬,৪০০ ছেকেণ্ড
- ১ সপ্তাহ = ৭ দিন = ১৬৮ ঘণ্টা = ১০,০৮০ মিনিট = ৬,০৪,৮০০ ছেকেণ্ড
- ১ মাহ = ৩০ দিন = ৪ সপ্তাহ (প্ৰায়) = ৭২০ ঘণ্টা = ৪৩,২০০ মিনিট = ১,৮১,৪৪,০০০ ছেকেণ্ড
- ১ মিলিছেকেণ্ড = ১ ছেকেণ্ডৰ ১০০ ভাগৰ এভাগ
- ১ মাইক্ৰোছেকেণ্ড = ১ ছেকেণ্ডৰ ১০ লাখ ভাগৰ এভাগ
- ১ নেনোছেকেণ্ড = ১ ছেকেণ্ডৰ ১০০ কোটি ভাগৰ এভাগ
- ১ পিকোছেকেণ্ড - ১ ছেকেণ্ডৰ ১ লাখ কোটি ভাগৰ এভাগ।[2]