টাইম ৮
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
Type of site |
আঞ্চলিক আৰু ৰাষ্ট্ৰীয় বাতৰি |
---|---|
Available in | অসমীয়া, ইংৰাজী |
Founded | 2019 |
Headquarters | গুৱাহাটী, অসম, ভাৰত |
Owner | প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড |
URL | www.time8.in |
টাইম ৮ হৈছে উত্তৰ-পূব ভাৰতৰ এটা ডিজিটেল নিউজ প্লেটফৰ্ম, যি অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাতৰিৰ প্ৰদানৰ বাবে পৰিচিত।[1]
উত্তৰ-পূব অঞ্চলৰ পৰা অহা ৯টা ডিজিটেল মিডিয়া সংস্থাই একেলগে নতুনকৈ গঠন কৰা একক মঞ্চ NADCOMত টাইম ৮ ও এক সক্ৰিয় সদস্য।[2][3][4]
বঁটা
[সম্পাদনা কৰক]২০২২ চনত অমৃতচেম (পূৰ্বৰ অমৃত চিমেণ্ট) এ টাইম ৮ৰ সহযোগত "পাৰ্ফৰ্মেন্স এণ্ড চেঞ্জ এৱাৰ্ডছ ২০২২"ৰ আয়োজন কৰিছিল। য'ত ব্যক্তি এজনৰ নিষ্ঠা আৰু প্ৰচেষ্টাক সন্মান জনাই ইতিবাচক সমাজ পৰিৱৰ্তনৰ অনুঘটক হিচাপে কাম কৰিবলৈ উৎসাহিত কৰা হয়।[5]
হেকিং বিতৰ্ক
[সম্পাদনা কৰক]যোৱা ২০২৪ চনৰ জুন মাহত টাইম ৮ৰ ইউটিউব চেনেলক লক্ষ্য কৰি চাইবাৰ আক্ৰমণৰ সৃষ্টি হৈছিল। অভিযোগ অনুসৰি পাকিস্তানস্থিত ‘ৰিভল্যুচন পি.কে.’ নামৰ হেকিং গ্ৰুপটোৱে লাইভ সম্প্ৰচাৰত ব্যাঘাত জন্মায়, তাৰ ঠাইত পাকিস্তানৰ পতাকাৰ ছবি, হজৰত মহম্মদৰ গীত আৰু ‘পবিত্ৰ নবীক সন্মান কৰক’ বুলি লিখা হৈছিল।[6]
টাইম ৮ৰ প্ৰতিষ্ঠাপক উৎপল কান্তই এই ঘটনাক চাইবাৰ সন্ত্ৰাসবাদ বুলি গৰিহণা দি গুৱাহাটী আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Assam’s TIME8 channel attacked by Pakistani hackers during news broadcast". EastMojo. 2022-06-11. https://www.eastmojo.com/assam/2022/06/11/assams-time8-channel-attacked-by-pakistani-hackers-during-news-broadcast/। আহৰণ কৰা হৈছে: 2024-10-16.
- ↑ "9 NE digital media groups come together to form new association". The Economic Times. 2021-08-21. https://economictimes.indiatimes.com/industry/media/entertainment/media/9-ne-digital-media-groups-come-together-to-form-new-association/articleshow/85514979.cms?from=mdr। আহৰণ কৰা হৈছে: 2024-10-16.
- ↑ TodayNE, India (2021-08-21). "Nine digital-first media organizations in Northeast region form NADCOM" (hi ভাষাত). India Today NE. https://www.indiatodayne.in/assam/story/nine-digital-first-media-organizations-northeast-region-form-nadcom-413092-2021-08-21। আহৰণ কৰা হৈছে: 2024-10-16.
- ↑ "9 digital media groups of North-eastern region form a new association". exchange4media. 2021-08-23. https://www.exchange4media.com/digital-news/9-digital-media-groups-of-north-eastern-region-form-a-new-association-115173.html। আহৰণ কৰা হৈছে: 2024-10-16.
- ↑ Pr, Ani (2022-12-09). "Amrit Cement changes to AmritCem, Confers in association with TIME8 'Performance & Change Awards'". ThePrint. https://theprint.in/ani-press-releases/amrit-cement-changes-to-amritcem-confers-in-association-with-time8-performance-change-awards/1257691/। আহৰণ কৰা হৈছে: 2024-10-16.
- ↑ 6.0 6.1 "Assam Channel Hacked, Live Feed Replaced With Pak Flag, Hymn For Prophet". NDTV.com. 2019-02-22. https://www.ndtv.com/india-news/assam-channel-hacked-live-feed-replaced-with-pak-flag-hymn-for-prophet-3060745। আহৰণ কৰা হৈছে: 2024-10-16.