সমললৈ যাওক

টাইম ৮

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টাইম ৮
Type of site
আঞ্চলিক আৰু ৰাষ্ট্ৰীয় বাতৰি
Available in অসমীয়া, ইংৰাজী
Founded 2019
Headquarters গুৱাহাটী, অসম, ভাৰত
Owner প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড
URL www.time8.in

টাইম ৮ হৈছে উত্তৰ-পূব ভাৰতৰ এটা ডিজিটেল নিউজ প্লেটফৰ্ম, যি অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাতৰিৰ প্ৰদানৰ বাবে পৰিচিত।[1]

উত্তৰ-পূব অঞ্চলৰ পৰা অহা ৯টা ডিজিটেল মিডিয়া সংস্থাই একেলগে নতুনকৈ গঠন কৰা একক মঞ্চ NADCOMত টাইম ৮ ও এক সক্ৰিয় সদস্য।[2][3][4]

২০২২ চনত অমৃতচেম (পূৰ্বৰ অমৃত চিমেণ্ট) এ টাইম ৮ৰ সহযোগত "পাৰ্ফৰ্মেন্স এণ্ড চেঞ্জ এৱাৰ্ডছ ২০২২"ৰ আয়োজন কৰিছিল। য'ত ব্যক্তি এজনৰ নিষ্ঠা আৰু প্ৰচেষ্টাক সন্মান জনাই ইতিবাচক সমাজ পৰিৱৰ্তনৰ অনুঘটক হিচাপে কাম কৰিবলৈ উৎসাহিত কৰা হয়।[5]

হেকিং বিতৰ্ক

[সম্পাদনা কৰক]

যোৱা ২০২৪ চনৰ জুন মাহত টাইম ৮ৰ ইউটিউব চেনেলক লক্ষ্য কৰি চাইবাৰ আক্ৰমণৰ সৃষ্টি হৈছিল। অভিযোগ অনুসৰি পাকিস্তানস্থিত ‘ৰিভল্যুচন পি.কে.’ নামৰ হেকিং গ্ৰুপটোৱে লাইভ সম্প্ৰচাৰত ব্যাঘাত জন্মায়, তাৰ ঠাইত পাকিস্তানৰ পতাকাৰ ছবি, হজৰত মহম্মদৰ গীত আৰু ‘পবিত্ৰ নবীক সন্মান কৰক’ বুলি লিখা হৈছিল।[6]

টাইম ৮ৰ প্ৰতিষ্ঠাপক উৎপল কান্তই এই ঘটনাক চাইবাৰ সন্ত্ৰাসবাদ বুলি গৰিহণা দি গুৱাহাটী আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Assam’s TIME8 channel attacked by Pakistani hackers during news broadcast". EastMojo. 2022-06-11. https://www.eastmojo.com/assam/2022/06/11/assams-time8-channel-attacked-by-pakistani-hackers-during-news-broadcast/। আহৰণ কৰা হৈছে: 2024-10-16. 
  2. "9 NE digital media groups come together to form new association". The Economic Times. 2021-08-21. https://economictimes.indiatimes.com/industry/media/entertainment/media/9-ne-digital-media-groups-come-together-to-form-new-association/articleshow/85514979.cms?from=mdr। আহৰণ কৰা হৈছে: 2024-10-16. 
  3. TodayNE, India (2021-08-21). "Nine digital-first media organizations in Northeast region form NADCOM" (hi ভাষাত). India Today NE. https://www.indiatodayne.in/assam/story/nine-digital-first-media-organizations-northeast-region-form-nadcom-413092-2021-08-21। আহৰণ কৰা হৈছে: 2024-10-16. 
  4. "9 digital media groups of North-eastern region form a new association". exchange4media. 2021-08-23. https://www.exchange4media.com/digital-news/9-digital-media-groups-of-north-eastern-region-form-a-new-association-115173.html। আহৰণ কৰা হৈছে: 2024-10-16. 
  5. Pr, Ani (2022-12-09). "Amrit Cement changes to AmritCem, Confers in association with TIME8 'Performance & Change Awards'". ThePrint. https://theprint.in/ani-press-releases/amrit-cement-changes-to-amritcem-confers-in-association-with-time8-performance-change-awards/1257691/। আহৰণ কৰা হৈছে: 2024-10-16. 
  6. 6.0 6.1 "Assam Channel Hacked, Live Feed Replaced With Pak Flag, Hymn For Prophet". NDTV.com. 2019-02-22. https://www.ndtv.com/india-news/assam-channel-hacked-live-feed-replaced-with-pak-flag-hymn-for-prophet-3060745। আহৰণ কৰা হৈছে: 2024-10-16.