টাকাম মিচিং পৰিন কেবাং
টাকাম মিচিং পৰিন কেবাং (টিএমপিকে) হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ এটা ছাত্ৰ সংগঠন। ১৯৭১ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয় জোনাইত এই সংগঠনক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ২০২১ চনত জোনাই বজাৰত মাধ্যমিক ক্ষেত্ৰত ইয়াৰ ৫০ বছৰীয়া সোণালী জয়ন্তী উদযাপন কৰা হয়।[1]
বুৰঞ্জী
[সম্পাদনা কৰক]টাকাম মিচিং পৰিন কেবাং (টিএমপিকে) হৈছে অসমৰ এটা ছাত্ৰ সংগঠন। ই ৰাজ্যখনৰ মিচিং জনগোষ্ঠীৰ মুখ্য ছাত্ৰ সংগঠন।[2] ই মূলত অসমৰ মিচিং জনগোষ্ঠীৰ সামাজিক-আৰ্থিক আৰু ৰাজনৈতিক সমস্যাসমূহৰ ওপৰত কেন্দ্ৰিত।[3][4]
টাকাম মিচিং পৰিন কেবাং (টিএমপিকে) ১৯৭১ চনত প্ৰতিষ্ঠা কৰা হৈছিল। টিএমপিকে পূৰ্বে উত্তৰ-পূব সীমান্ত সংস্থাৰ ছাত্ৰ সন্থা (North East Frontier Agency Students Union) নামেৰে জনা গৈছিল আৰু ১৯৭১ চনত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গঠন কৰা হৈছিল আৰু ১৯৮২ চনত টিএমপিকে হিচাপে পুনৰ নামকৰণ কৰা হৈছিল।[5]
ছয় সংখ্যক সূচীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্তিৰ দাবী
[সম্পাদনা কৰক]টিএমপিকে মিচিং জনগোষ্ঠীৰ ছয় সংখ্যক সূচী অনুসৰি মিচিং স্বায়ত্তশাসিত পৰিষদ (এমএচি)ক এজন স্বায়ত্তশাসিত জিলা হিচাপে অন্তৰ্ভুক্ত কৰাৰ দাবীৰ আন্দোলনৰ নেতৃত্ব দিছে।[6]
উৎস
[সম্পাদনা কৰক]- ↑ AASU, TMPK launch stir against mega dams Archived 2016-03-03 at the Wayback Machine , Assam Tribune
- ↑ Meet on Mising Autonomous Council polls[সংযোগবিহীন উৎস] , Assam Tribune
- ↑ STUDENT ORGANISATIONS, TMPK AND POLITICS Archived 2014-12-30 at the Wayback Machine , Voice of The Oppressed
- ↑ Subansiri dam protests: blockade of Arunachal Pradesh continues Archived 2014-12-24 at the Wayback Machine , Down to Earth
- ↑ [https://ijfans.org/uploads/paper/e5adb00185f23a5c1156034255a59372.pdf "The Role All MisingStudent’s Union or Takam Mising Porin Kebang (TMPK) as Youth Organization in Assam"]. https://ijfans.org/uploads/paper/e5adb00185f23a5c1156034255a59372.pdf। আহৰণ কৰা হৈছে: 2024-09-07.
- ↑ Mising bodies demand Sixth Schedule inclusion Archived 2016-03-20 at the Wayback Machine , Assam Tribune