টাৰডিগ্ৰেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
টাৰডিগ্ৰেড



Temporal range: Turonian–Recent
SEM image of Milnesium tardigradum in active state - journal.pone.0045682.g001-2.png
Milnesium tardigradum, a eutardigrade
Echiniscus succineus (10.3897-evolsyst.3.33580) Figure 2 (cropped).jpg
Echiniscus succineus, a heterotardigrade
Scientific classification e
Kingdom: এনিমেলিয়া
(unranked): Protostomia
Superphylum: Ecdysozoa
(unranked): Panarthropoda
Phylum: টাৰডিগ্ৰেডা



লাজ্জাৰো স্পাল্লানজানি, ১৭৭৭
Classes

টাৰডিগ্ৰেড (English: Tardigrade; Latin: Tardigrada) টাৰডিগ্ৰেড হৈছে এটি পানীত থকা আঠ ঠেঙীয়া অতিক্ষুদ্ৰ প্ৰাণী[1]। ইয়াক কেৱল মাইক্ৰোস্কোপৰ সহায়তহে দেখা পোৱা যায়। ই 'পানী ভালুক' বা 'moss piglets' নামেৰেও পৰিচিত[1][2]। ইয়াক সৰ্বপ্ৰথম আৱিষ্কাৰ কৰে জাৰ্মান বিজ্ঞানী Johann August Ephraim Goeze -য়ে ১৯৭৩ চনত আৰু ১৯৭৭ চনত ইয়াক লেটিন নাম Tardigrada (অৰ্থ- ধীৰ পদক্ষেপকাৰী) দিয়ে ইটালীৰ বিজ্ঞানী Lazzaro Spallanzani -য়ে[2]। ই 1 K (−458 °F; −272 °C) সৰ্বনিম্ন তাপমাত্ৰাৰ পৰা 420 K (300 °F; 150 °C) সৰ্বস্ব তাপমাত্ৰালৈকে জীয়াই থকাৰ লগতে ই ৩০ বছৰ পৰ্যন্ত বিনা খাদ্য গ্ৰহণ কৰি জীয়াই থাকিব পাৰে[1]

নাম[সম্পাদনা কৰক]

জোহান আগষ্ট ইফ্ৰাইম গোয়েজ (Johann August Ephraim Goeze) মূলতঃ টাৰডিগ্ৰেড ক্লিনাৰ উৱাচেৰবাৰৰ নামকৰণ কৰিছিল, যাৰ অৰ্থ জাৰ্মান ভাষাত “সৰু পানী-ভালুক” (আজি, সিহঁত প্ৰায় জাৰ্মানীত বাৰ্তিৰচেন বা “সৰু ভালুকৰ প্ৰাণী” হিচাবে পৰিচিত)। “পানী-ভালুক” নামটো খোজ কঢ়াৰ পৰাই অহা, ই এটি ভালুকৰ খোজ স্মৰণ কৰি দিয়ে। টাৰডিগ্ৰেডাম নামৰ অৰ্থ “ধীৰ পদক্ষেপকাৰী” লাজ্জাৰো স্পাল্লানজানি (Lazzaro Spallanzani) -য়ে ১৭৭৭ চনত দিছিল।[3]

বিৱৰণ[সম্পাদনা কৰক]

বৃহত্তম প্ৰাপ্তবয়স্কসকলৰ শৰীৰৰ দৈৰ্ঘ্য ১.৫ মিলি মিটাৰ (০.০৫৯ ইঞ্চি) পৰ্যন্ত হ’ব পাৰে, যি ০.১ মিলি মিটাৰৰ তলত সকলোতকৈ সৰু। নতুনকৈ পোৱা টাৰডিগ্ৰেডসমূহ ০.০৫ মিলি মিটাৰতকৈ কম হ’ব পাৰে।

এছইএম ফটো হাইপচিবিয়াচ দুজাৰ্ডিনী

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 americanscientist|url=https://www.americanscientist.org/article/tardigrades/ | আহৰণ কৰা হৈছে=১০ মে ২০২০
  2. 2.0 2.1 serc.carleton.edu|url=https://serc.carleton.edu/microbelife/topics/tardigrade/index.html | আহৰণ কৰা হৈছে=১০ মে ২০২০
  3. Bordenstein, Sarah (17 December 2008). "Tardigrades (Water Bears)". Carleton College. http://serc.carleton.edu/microbelife/topics/tardigrade/index.html। আহৰণ কৰা হৈছে: 2012-09-16.