টেক্ট'নিক প্লেট
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
টেক্টনিক প্লেট (ইংৰাজী: Plate tectonics) হৈছে এটা বৈজ্ঞানিক সূত্ৰ যাৰ দ্বাৰা প্ৰায় ৩−৩.৫ বিলিয়ন বছৰ আগতেই আৰম্ভ হোৱা পৃথিৱীৰ শিলাস্তৰত থকা সাতখন বৃহৎ আৰু অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ফলকৰ হোৱা এক বৃহৎ পৰিসৰৰ সঞ্চালনৰ ব্যাখ্যা আগবঢ়াই।
বিবৰণ[সম্পাদনা কৰক]
ভূত্বকীয় পাত মূলত পৃথিবীৰ অভ্যন্তৰৰ গলিত অংশটোৰ সকলোতকৈ বাহিৰৰ আবৰণ। ই প্ৰকৃততে শিলৰ এটা স্তৰ, ইয়াৰ ওপৰতে পৃথিবীৰ উপৰস্থ সকলো অবস্থান কৰিছে।