ডোটেলী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডোটেলী
ডোটেলী
থলুৱা অঞ্চল নেপাল
অঞ্চল ডোটী
স্থানীয় ভাষিক
e18
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয়
লিখন প্ৰণালী দেৱনাগৰী লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
নেপাল
ভাষা সংকেত
ISO 639-3 dty
গ্লোটোলগ dote1238[1]

ডোটেলী ভাষা প্ৰায় ৮,০০,০০০ মানুহে ব্যৱহাৰ কৰে, যাৰ ভিতৰত বেছিভাগেই নেপালত বসবাস কৰে। এই ভাষা দেৱনাগৰী লিপিৰে লিখা হয়। নেপালী ভাষাৰ লগত এই ভাষাৰ বহুক্ষেত্ৰত মিল দেখা যায়। ভাৰতৰ কুমাঊনী ভাষাৰ লগতো ৭৫% মিল আছে।

ডোটেলী ভাষাৰ কাকত-আলোচনী[সম্পাদনা কৰক]

  • ১। চিনাৰী
  • ২। গুগুল্টী
  • ৩। প্যাউলী
  • ৪। ঘুগুতী
  • ৫। স্বাৰাঈ
  • ৬। ৰামৰাজ্য

ডিজিটেল আলোচনী :

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Doteli". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/dote1238.