ডোটেলী ভাষা
অৱয়ব
ডোটেলী | |
---|---|
ডোটেলী | |
থলুৱা অঞ্চল | নেপাল |
অঞ্চল | ডোটী |
স্থানীয় ভাষিক |
e18 |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয়
|
লিখন প্ৰণালী | দেৱনাগৰী লিপি |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
নেপাল |
ভাষা সংকেত | |
ISO 639-3 | dty |
গ্লোটোলগ | dote1238 [1] |
ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ ডোটেলী ভাষাৰ সংস্কৰণ |
ডোটেলী ভাষা প্ৰায় ৮,০০,০০০ মানুহে ব্যৱহাৰ কৰে, যাৰ ভিতৰত বেছিভাগেই নেপালত বসবাস কৰে। এই ভাষা দেৱনাগৰী লিপিৰে লিখা হয়। নেপালী ভাষাৰ লগত এই ভাষাৰ বহুক্ষেত্ৰত মিল দেখা যায়। ভাৰতৰ কুমাঊনী ভাষাৰ লগতো ৭৫% মিল আছে।
ডোটেলী ভাষাৰ কাকত-আলোচনী
[সম্পাদনা কৰক]- চিনাৰী
- গুগুল্টী
- প্যাউলী
- ঘুগুতী
- স্বাৰাঈ
- ৰামৰাজ্য
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Doteli". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/dote1238.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ডিজিটেল আলোচনীː ডোটেলী সেৱা Archived 2014-12-02 at the Wayback Machine