তেলেগু দেশম পাৰ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তেলুগু দেশম পাৰ্টি
తెలుగుదేశం పార్టీ
নেতা চন্দ্ৰবাবু নাইডু
সংসদীয় সভাপতি
লোকসভাত নেতা নমা নাগেস্বৰা ৰাও
ৰাজ্যসভাত নেতা তুল্লা দেবেন্দাৰ গাউড
প্ৰতিষ্ঠা ২৯ মাৰ্চ ১৯৮২
মূখ্য কাৰ্যালয় এনটিআৰ ভৱন, ৰোড ন. ২, বনজৰা হিলস, হায়দৰাবাদ - ৫০০০৩৪[1]
ৰাজনৈতিক মতাদৰ্শ আঞ্চলিকতাবাদী
সামাজিক উদাৰনীতিবাদ
দলীয় ৰং হালধীয়া
ৱেবছাইট www.telugudesam.org

তেলেগু দেশম পাৰ্টি (ইংৰাজী: Telegu Desham Party) চমুকৈ টিডিপি হৈছে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা ৰাজ্যত যথেষ্ট প্ৰভাৱ থকা ভাৰতীয় আঞ্চলিক ৰাজনৈতিক দল।[2] ১৯৮২ চনৰ ২৯ মাৰ্চত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন টি ৰামা ৰাৱে (N.T.R.) প্ৰতিষ্ঠা কৰা এই সংস্থাটোৱে তেলেগু ভাষীসকলক সমৰ্থন কৰাত গুৰুত্ব আৰোপ কৰিছে। অন্ধ্ৰ প্ৰদেশ বিধানসভাত পাঁচবাৰৰ সংখ্যাগৰিষ্ঠতা লাভ কৰি ৰাজ্যখনৰ ইতিহাসৰ সবাতোকৈ সফল ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমান ই অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ প্ৰধান বিৰোধী দল।[3][4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Error: no |title= specified when using {{Cite web}}". 
  2. Price, Pamela; Ruud, Arild Engelsen (October 8, 2010) (en ভাষাত). Power and Influence in India: Bosses, Lords, and Captains. Taylor & Francis. পৃষ্ঠা. 246–275. ISBN 9781136197994. 
  3. "Party-Wise Representation of Members". Parliament of India: Lok Sabha. https://loksabha.nic.in/Members/PartyWiseStatisticalList.aspx। আহৰণ কৰা হৈছে: 2022-12-12. 
  4. "ONCE UPON A POLL: Eighth Lok Sabha Election (1984)" (en ভাষাত). The Indian Express. 2014-03-21. https://indianexpress.com/article/political-pulse/once-upon-a-poll-eight-lok-sabha-election-1984/। আহৰণ কৰা হৈছে: 2022-12-12.