দিল্লীৰ হোটেলৰ অগ্নিকাণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিল্লী হোটেলৰ জুই
তাৰিখ ১২ ফেব্ৰুৱাৰী ২০১৯ (2019-02-12)
স্থান হোটেল অৰ্পিত পেলেচ
উদ্দেশ্য এয়াৰ কণ্ডিচনাৰত সন্দেহজনক শ্বৰ্ট-চাৰ্কিট
মৃত্যু ১৭

২০১৪ চনৰ ১২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৪.৩০ বজাত দিল্লী চহৰৰ কৰোল বাগ অঞ্চলৰ হোটেল অৰ্পিত পেলেচত এই অগ্নিকাণ্ড সংঘটিত হয় আৰু কমেও ১৭জন লোকৰ মৃত্যু হয়। হোটেলখনৰ সকলো মহলাত জুই লাগিছিল; মানুহবোৰক ভৱনটোৰ পৰা জঁপিয়াই পৰা দেখা গৈছিল।[1][2][3][4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]