দুলীয়াজান ক্লাব
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
দুলীয়াজান ক্লাব দুলীয়াজানৰ মাজমজিয়াত অৱস্থিত এটা অনুষ্ঠান। অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত কৰ্মচাৰীসকলে পেচাগত চিন্তাধাৰাৰ পৰা নিজকে নিলগাই ৰাখি মনোৰঞ্জনৰ বাবে আৰু তেখেতসকলৰ পৰিয়ালৰ সদস্যসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ হেতুকে এক উমৈহতীয়া অনুষ্ঠানৰ প্ৰয়োজন আছিল আৰু তাৰেই ফলশ্ৰুতিত দুলীয়াজান ক্লাবৰ জন্ম দিয়া হয়।
ইতিহাস
[সম্পাদনা কৰক]১৯৬৩ চনৰ এটি শুভ দিনত এই ক্লাবৰ জন্ম হয়।