দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
দেৱদাস | |
---|---|
![]() দেৱদাসত কুন্দন লাল চাইগল আৰু যমুনা | |
পৰিচালক | প্ৰমথেশ বৰুৱা |
চিত্ৰনাট্য | প্ৰমথেশ বৰুৱা কিদাৰ নাথ শৰ্মা (সংলাপ) |
ভিত্তি | শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত |
অভিনয়ত | কুন্দন লাল চাইগল যমুনা বৰুৱা টি.আৰ. ৰাজকুমাৰী |
সংগীত পৰিচালক | ৰাজ চন্দ বড়াল পঙ্কজ মল্লিক তিমিৰ বৰণ |
চিত্ৰগ্ৰহণকাৰী | বিমল ৰয় |
মুক্তি | ১৯৩৬ |
দৈৰ্ঘ্য | ১৩৯ মিনিট |
দেশ | ব্ৰিটিছ ভাৰত |
ভাষা | হিন্দী |
দেৱদাস ১৯৩৬ চনত মুক্তি পোৱা[1] শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা এখন হিন্দী চলচ্চিত্ৰ। এইখন আছিল ১৯৩৫ চনত মুক্তি পোৱা বঙালী ভাষাৰ ছবি দেৱদাসৰ হিন্দী সংস্কৰণ।[2] দেৱদাসৰ হিন্দী সংস্কৰণৰ পৰিচালক আছিল প্ৰমথেশ বৰুৱা, সঙ্গীত পৰিচালনা কৰিছিল ৰাজ চন্দ বড়াল, পঙ্কজ মল্লিক আৰু তিমিৰ বৰণে। ছবিখনত দেৱদাসৰ ভূমিকাত আছিল কুন্দন লাল চাইগল, পাৰ্বতীৰ ভাওত আছিল যমুনা বৰুৱা আৰু চন্দ্ৰমুখীৰ ভাওত আছিল টি. আৰ. ৰাজকুমাৰী।
মুখ্য ভূমিকাত[সম্পাদনা কৰক]
- কুন্দল লাল চাইগল (দেৱদাস)
- যমুনা বৰুৱা (পাৰ্বতী)
- টি.আৰ. ৰাজকুমাৰী (চন্দ্ৰমুখী)
- বিশ্বনাথ ভাদুৰী
- কৃষ্ণচন্দ্ৰ দে
- বিক্ৰম কাপুৰ
- ক্ষেত্ৰবালা
- লীলা
- নেমো
- পাহাড়ী সান্যাল
- কিদাৰ নাথ শৰ্মা
- এ.এইচ. শোৰ
- চুলতানা
- জুবেইদা
তথ্যউৎস[সম্পাদনা কৰক]
- ↑ Devdas 1935 [[:en:National Film Archive of India]| National Film Archive of India]], nfaipune.nic.in.
- ↑ Dedas phenomenon
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- দেৱদাস সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য
- ইউটিউৱত দেৱদাস (হিন্দী চলচ্চিত্ৰ)