সমললৈ যাওক

দেৱাল লিখন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দেৱাল লিখন(ইংৰাজী: :Graffiti)বা গ্ৰেফিটি হৈছে দেৱাল বা অন্য পৃষ্ঠত লিখা বা অংকন। সাধাৰণতে অনুমতি অবিহনে আৰু জনসাধাৰণৰ দৃষ্টিগোচৰ হোৱা ৰাজহুৱা ঠাইত এই লিখা বা অংকন কৰা হয়।[1][2]গ্ৰেফিটি হৈছে শৈল্পিক আৰু কেতিয়াবা বিদ্ৰোহ প্ৰকাশৰ মাধ্যম।বহুত ক্ষেত্ৰত সামাজিক, ৰাজনৈতিক বা ব্যক্তিগত উদ্দেশ্য প্ৰণোদিত চিন্তাভাৱনা উন্মোচিত কৰিবলৈ আৰু কেতিয়াবা অনন্য শৈল্পিকতাৰ প্ৰকাশ কৰিবলৈ দেৱাল লিখনক মাধ্যম হিচাপে গ্ৰহণ কৰা হয়। প্ৰাচীন কালৰে পৰাই ইয়াৰ অস্তিত্ব গম পোৱা যায়,উদাহৰণ স্বৰূপে প্ৰাচীন মিচৰ, প্ৰাচীন গ্ৰীচ আৰু ৰোমান সাম্ৰাজ্যৰ দেৱাল লিখন।[3]

আধুনিক গ্ৰেফিটি এটা বিতৰ্কিত বিষয়। বেছিভাগ দেশতে অনুমতি অবিহনে ৰাজহুৱা সম্পত্তিত অংকন কৰাটো ধ্বংসাত্মক বুলি গণ্য কৰা হয়।[4]১৯৭০ চনৰ আৰম্ভণিতে নিউয়ৰ্ক চহৰৰ ছাবমেট্ৰ' ব্যৱস্থা আৰু ফিলাডেলফিয়াৰ পৰা সমগ্ৰ বিশ্বৰ বাকী অংশলৈকে আধুনিক গ্ৰেফিটিৰ আৰম্ভণি হৈছিল।[5]

ব্যুৎপত্তিবিজ্ঞান

[সম্পাদনা কৰক]

"গ্ৰেফিটি" সাধাৰণতে একবচন আৰু বহুবচন দুয়োটাতে একে হয় আৰু "গ্ৰাফিটো" ইটালীয় শব্দ graffiato ("scratched") ৰ পৰা আহিছে।[6][1][2] প্ৰাচীন কালত চোকা বস্তুৰে বেৰত গ্ৰেফিটি খোদিত কৰা হৈছিল যদিও কেতিয়াবা চক বা কয়লা ব্যৱহাৰ কৰা হৈছিল। এই শব্দটোৰ উৎপত্তি গ্ৰীক γράφειν—graphein—ৰ পৰা হৈছে, যাৰ অৰ্থ হৈছে "লিখা"।[7]

গ্ৰেফিটিৰ প্ৰকাৰ

[সম্পাদনা কৰক]

ষ্টেনচিল গ্ৰেফিটি[52], টেগিং গ্ৰেফিটি[56], থ্ৰ আপ গ্ৰেফিটি[59], টুকুৰা গ্ৰেফিটি[6২], ৱাইল্ ষ্টাইল বা বন্য শৈলী গ্ৰেফিটি[63][65] আদি।

স্প্ৰে পেইণ্ট আৰু মাৰ্কাৰ হৈছে টেগিং, থ্ৰ' আপ আৰু টুকুৰাৰ বাবে ব্যৱহৃত মূল সঁজুলি।[48] ৰং মাৰ্কাৰ, ৰং ডাবাৰ আৰু আঁচোৰ সঁজুলিও ব্যৱহাৰ কৰা হয়।[49]

ভাৰত বৰ্ষত দেৱাল লিখন

[সম্পাদনা কৰক]

আমাৰ দেশৰ দেৱালত লিখা গ্ৰেফিটিক এতিয়াও অবৈধ বুলি গণ্য কৰা হয় আৰু ধ্বংসাত্মক কাৰ্য্যৰ শ্ৰেণীত ৰখা হয়। প্ৰাপ্য অনুমতি লাভ কৰি লিখা ইয়াৰ বিশুদ্ধ ৰূপ, ষ্ট্ৰীট আৰ্ট,ক অৱশ্যে,বৰ্তমানেও অনুমতি দিয়া আছে।8 Feb 2024

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

[1] Oxford Dictionaries. Archived from the original on December 19, 2010. Retrieved 5 December 2011.

[2] Publishers, HarperCollins. "The American Heritage Dictionary entry: graffiti". www.ahdictionary.com. Retrieved 2024-03-26.

[3]Graffito". Oxford English Dictionary. Vol. 2. Oxford University Press. 2006.

[4] Stewart, Jeff (2008). "Graffiti vandalism? Street art and the city: some considerations" (PDF). Unescoe Journal.

[5] Caves, R. W. (2004). Encyclopedia of the City. Routledge. p. 315.

[6] The Italian singular form "graffito" is so rare in English (except in specialist texts on archeology) that it is not even recorded or mentioned in some dictionaries, for example the Longman Dictionary of Contemporary English and the Cambridge Advanced Learner's Dictionary.

[7] "graffiti | Origin and meaning of graffiti by Online Etymology Dictionary". www.etymonline.com. Retrieved 19 February 2018.

[48] Bates, Lindsay (2014). Bombing, Tagging, Writing: An Analysis of the Significance of Graffiti and Street Art (Master of Science in Historic Preservation thesis). University of Pennsylvania.

[49] Daniell, Christopher (2011-08-01). "Graffiti, Calliglyphs and Markers in the UK". Archaeologies. 7 (2): 454–476. doi:10.1007/s11759-011-9176-6. ISSN 1935-3987.

[52] Ellis, Rennie (1985). The All New Australian Graffiti. Sun Books, Melbourne. ISBN 978-0-7251-0484-9.

[56] "Gullu Daley, Ajax Watson and Jestina Sharpe depicted in St Paul's street art". BBC News. 2022-01-18. Retrieved 2022-01-19.

[59] Lasley, James R. (1995-04-01). "New writing on the wall: Exploring the middle-class graffiti writing subculture". Deviant Behavior. 16 (2): 151–167. doi:10.1080/01639625.1995.9967994. ISSN 0163-9625.

[6২] Snyder, Gregory J. (2011-04-15). Graffiti Lives: Beyond the Tag in New York's Urban Underground. NYU Press. ISBN 978-0-8147-4046-0. [63] Gottlieb, Lisa (2014-01-10). Graffiti Art Styles: A Classification System and Theoretical Analysis. McFarland. ISBN 978-0-7864-5225-5. [65] Brown, Michelle; Carrabine, Eamonn (2017-07-06). Routledge International Handbook of Visual Criminology. Taylor & Francis. ISBN 978-1-317-49754-7.