দ্য চাইনপ'ষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

দ্য চাইনপ'ষ্ট (পূৰ্বতে দ্য ৱিকিপিডিয়া চাইনপ'ষ্ট)[1] ইংৰাজী ৱিকিপিডিয়াৰ বাতৰি কাকত।[2][3][4] ৱিকিপিডিয়া সমাজৰ দ্বাৰা চালিত এই অনলাইন সাপ্তাহিক বাতৰিকাকতখন ৱিকিপিডিয়াৰ সদস্যসকলৰ সহায়ত প্ৰকাশ কৰা হয়।[2][5] বাতৰি কাকতখনত ৱিকিপিডিয়া সমাজ, ৱিকিপিডিয়া সম্বন্ধীয় ঘটনা, আৰ্ব্ৰিটেচন কমিটীৰ ৰুলিংসমূহ[6] ৱিকিমিডিয়া ফাউণ্ডেচনৰ ঘটনাৱলী[7], আৰু আন আন ৱিকিপিডিয়া সম্বন্ধীয় প্ৰকল্পৰ বিষয়ে বাতৰি আদি প্ৰকাশ কৰা হয়।

এই কাকতক জানুৱাৰী ২০০৫ চনত ৱিকিপিডিয়া প্ৰশাসক মাইকেল স্ন'ৱে প্ৰতিষ্ঠা কৰিছিল।[2][8] পূৰ্বতে দ্য ৱিকিপিডিয়া চাইনপ'ষ্ট নামেৰে জনাজাত এই কাকতখনৰ নাম চুটি কৰি দ্য চাইনপ'ষ্ট কৰা হ'ল।[1][9] স্ন'ৱে ফেব্ৰুৱাৰী ২০০৮ চনত তেওঁৰ নাম ৱিকিমিডিয়া ব'ৰ্ড অৱ ট্ৰাষ্টীজত যোগ হোৱালৈকে বৰঙণি আগবঢ়াই।[10]

বুৰঞ্জী[সম্পাদনা কৰক]

Casually-dressed young man
Signpost founder Michael Snow later chaired the Wikimedia Foundation's Board of Trustees.[1][8]

সমল[সম্পাদনা কৰক]

দ্য চাইনপ'ষ্টত ৱিকিপিডিয়া, ৱিকিমিডিয়া ফাউণ্ডেচন আৰু অন্যান্য ৱিকিপিডিয়া সম্বন্ধীয় প্ৰকল্পৰ বিষয়ে লেখা প্ৰকাশ কৰা হয়।[7][11][12][13] কাকতখন বিনামূলিয়াকৈ বিতৰণ কৰা হয়। পাঠকসকলে ই-মেইল যোগে বা ৱিকিপিডিয়া একাউণ্ট থাকিলে নিজৰ বাৰ্তা পৃ্ষ্ঠাৰ যোগে নতুন প্ৰকাশৰ জাননী লাভ কৰিব পাৰে।[14] সাধাৰণতে এই কাকত প্ৰতি সপ্তাহত প্ৰকাশ কৰা হয়।[2][5]

আদৰণি[সম্পাদনা কৰক]

বিভিন্ন সময়ত দ্য নিউ য়ৰ্ক টাইমছ, ৱিকিপিডিয়া:দ্য মিচিং মেনুৱেল গ্ৰন্থ, ফৰ্চুন, দ্য ৰেজিষ্টাৰ আদিত দ্য চাইনপ'ষ্টক "মক্ড আপ নিউজপেপাৰ", "ইফ য়ু এক্সপেক্ট টু কণ্টিনিউ এডিটিং এট ৱিকিপিডিয়া ফৰ এনি লেংঠ অৱ টাইম, বাই অল মিন্স চাবস্ক্ৰাইব টু দ্য ৱিকিপিডিয়া চাইনপ'ষ্ট", "ৱিকিপিডিয়াজ ইন্সাইডাৰ নিউজপেপাৰ", "ৱিকিপডিয়াজ অউন প্লাকি নিউজলেটাৰ" আদি আখ্যা দিয়া হৈছে।[15][14][16]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Cohen, Noam (March 5, 2007). "A Contributor to Wikipedia Has His Fictional Side". The New York Times: পৃষ্ঠা C5. http://www.nytimes.com/2007/03/05/technology/05wikipedia.html। আহৰণ কৰা হৈছে: February 29, 2016. 
  2. 2.0 2.1 2.2 2.3 Phoebe Ayers; Charles Matthews; Ben Yates (2008). How Wikipedia Works: And how You Can be a Part of it. No Starch Press. পৃষ্ঠা. 345. ISBN 978-1-59327-176-3. http://books.google.com/books?id=lHdi1CEPLb4C&pg=PA345। আহৰণ কৰা হৈছে: March 1, 2016. 
  3. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Koebler2016 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Geoffroy2014 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. 5.0 5.1 Dobusch, Leonhard (January 12, 2014). "Interview mit Dirk Franke über "Grenzen der Bezahlung" in der Wikipedia" (German ভাষাত). Netzpolitik.org. Archived from the original on November 17, 2015. https://web.archive.org/web/20151117132144/https://netzpolitik.org/2014/interview-mit-dirk-franke-ueber-grenzen-der-bezahlung-in-der-wikipedia/। আহৰণ কৰা হৈছে: March 1, 2016. 
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; ayeletoz নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. 7.0 7.1 Paroutis, Sotirios; Heracleous, Loizos; Angwin, Duncan (February 1, 2013). Practicing Strategy: Text and Cases. SAGE Publications. পৃষ্ঠা. 237. ISBN 978-1-4462-9047-7. http://books.google.com/books?id=DZsQAgAAQBAJ&pg=PT237। আহৰণ কৰা হৈছে: March 1, 2016. 
  8. 8.0 8.1 McCarthy, Caroline (July 18, 2008). "Wikimedia Foundation edits its board of trustees". CNET. Archived from the original on March 1, 2016. https://web.archive.org/web/20160301224408/http://www.cnet.com/news/wikimedia-foundation-edits-its-board-of-trustees/। আহৰণ কৰা হৈছে: March 1, 2016. 
  9. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; okoli নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  10. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; congratulatesnow নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  11. Waters, John K. (2010). The Everything Guide to Social Media. Adams Media. পৃষ্ঠা. 180, 270. ISBN 978-1440506314. 
  12. Jemielniak, Dariusz (2014). Common Knowledge?: An Ethnography of Wikipedia. Stanford University Press. পৃষ্ঠা. 231. ISBN 978-0804797238. https://books.google.co.uk/books?id=-Iw5AwAAQBAJ&pg=PA231। আহৰণ কৰা হৈছে: March 1, 2016. 
  13. Rosen, Rebecca (February 6, 2013). "If You Want Your Wikipedia Page to Get a TON of Traffic, Die While Performing at the Super Bowl Half-Time Show". Archived from the original on March 1, 2016. https://web.archive.org/web/20160301224314/http://www.theatlantic.com/technology/archive/2013/02/if-you-want-your-wikipedia-page-to-get-a-ton-of-traffic-die-while-performing-at-the-super-bowl-half-time-show/272919/। আহৰণ কৰা হৈছে: March 1, 2016. 
  14. 14.0 14.1 Broughton, John (January 25, 2008). Wikipedia: The Missing Manual: The Missing Manual. O'Reilly Media, Inc.. পৃষ্ঠা. 454. ISBN 978-0-596-55377-7. http://books.google.com/books?id=h37N0BvkVSUC&pg=PA454। আহৰণ কৰা হৈছে: March 1, 2016. 
  15. Dee, Jonathan (July 1, 2007). "All the News That’s Fit to Print Out". The New York Times Magazine. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304001459/http://www.nytimes.com/2007/07/01/magazine/01WIKIPEDIA-t.html?_r=5&pagewanted=all। আহৰণ কৰা হৈছে: February 29, 2016. 
  16. Orlowski, Andrew (January 12, 2016). "Wikimedia Foundation bins community-elected trustee". The Register. Archived from the original on February 4, 2016. https://web.archive.org/web/20160204024007/http://www.theregister.co.uk/2016/01/12/wikimedia_dumps_elected_trustee/। আহৰণ কৰা হৈছে: March 1, 2016.