সমললৈ যাওক

ধৰ্মীয় সাম্যবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ধৰ্মীয় সাম্যবাদ সাম্যবাদৰ এনে এক ৰূপ যিয়ে ধৰ্মীয় নীতিসমূহক মানি চলে।  পণ্ডিতসকলে অনেক ধৰ্মীয় আন্দোলনক এই শ্ৰেণীত ৰাখিছে যিয়ে সম্পদৰ ৰাজহুৱা মালিকানা সমৰ্থন কৰিছিল।

টিঃ এমঃ ব্ৰাউণিঙৰ মতে "ধৰ্মীয় সাম্যবাদ" সাম্যবাদৰ এনে এক ৰূপ যি ধৰ্মৰ নিজৰ নীতিসমূহৰপৰা পোণপটীয়াভাৱে উদ্ভৱ হোৱা।[1] হেন্স জেঃ হিলাৰ্ব্ৰেণ্ডে ধৰ্মীয় সাম্যবাদৰ সম্বন্ধ সম্পদৰ ৰাজহুৱা মালিকানাৰ লগত বুলি কৈছিল।  ব্ৰাউনিং আৰু হিলাৰ্ব্ৰেণ্ডে ধৰ্মীয় সাম্যবাদ আৰু "ৰাজনৈতিক" আৰু "অৰ্থনৈতিক" সমাজবাদৰ পৰা পৃথক আখ্যা দিছিলে।  তদুপৰি হিলাৰ্ব্ৰেণ্ডে ধৰ্মীয় সাম্যবাদ মাৰ্ক্সবাদতকে পৃথক বুলি কৈছে এই দাবীৰে যে মাৰ্ক্সবাদে ধৰ্মক বাদ দিয়া বিচাৰে।  ডনাল্ড ড্ৰিউ এগ্বাৰ্ট আৰু ষ্ট' পাৰ্চন্সৰ মতে ধৰ্মীয় সাম্যবাদ ধৰ্মনিৰপেক্ষ সাম্যবাদতকৈ পুৰণি।  পিচে কোনো কোনো গৱেষকৰ মতে সাম্যবাদত সদায় ধৰ্মীয় মতাদৰ্শ আছিলেই।[2][3][4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Browning, T.B. (1878). "Communism". The Canadian Monthly and National Review খণ্ড 13: 577. https://books.google.com/books?id=1bNNAQAAMAAJ&pg=PA577। আহৰণ কৰা হৈছে: June 23, 2016. 
  2. Kula, Marcin (December 2005). "Communism as Religion". Totalitarian Movements and Political Religions (Taylor & Francis) খণ্ড 6 (3): 371–381. http://www.tandfonline.com/doi/full/10.1080/14690760500317727। আহৰণ কৰা হৈছে: June 23, 2016. 
  3. Egbert, Donald Drew; Persons, Stow (2015). Socialism and American Life. Princeton University Press. পৃষ্ঠা. 91. ISBN 1400879892. https://books.google.com/books?id=K1XWCgAAQBAJ&pg=PA91. 
  4. Hillerbrand, Hans J. (2004). Encyclopedia of Protestantism. Routledge. পৃষ্ঠা. 800. ISBN 1135960283. https://books.google.com/books?id=PMSTAgAAQBAJ&pg=PA800.