সমললৈ যাওক

নটৰ ডেম কলেজ, ঢাকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নটৰ ডেম কলেজ
বঙালী: নটর ডেম কলেজ

ফাদাৰ টিম ভৱন
মূলমন্ত্ৰ Diligite Lumen Sapientiae
ইংৰাজীত মূলমন্ত্ৰ Love The Light Of Wisdom
স্থাপিত ১৯৪৯
ধৰণ বেচৰকাৰী মহাবিদ্যালয়
অধ্যক্ষ ড° ফাদাৰ হেমন্ত পিউছ ৰোজাৰিঅ', চিএচচি[1]
ভাইচ প্ৰিন্সিপাল লিঅ'নাৰ্ড শংকৰ ৰ'জাৰিয়া
শিক্ষাৰ্থী ৬৫৮৯
স্থান ঢাকা, বাংলাদেশ
চৌহদ চহৰ
পূৰ্বৰ নাম চেণ্ট গ্ৰেগৰী কলেজ
ৰং      ক্রিম (চাৰ্ট)
     ক'লা (পেণ্ট)
উপনাম এন.ডি.চি (NDC)
ভুক্তি
ৱেবছাইট ndc.edu.bd
মানচিত্ৰত নটৰ ডেম কলেজৰ স্থান
ঢাকাৰ নটৰ ডেম কলেজৰ সৈতে এখন চিনেমাটোগ্ৰাফী

নটৰ ডেম কলেজ (বঙালী: নটর ডেম কলেজ, ইংৰাজী: Notre Dame College) বাংলাদেশঢাকাৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ১৯৪৯ চনত এইখন চেণ্ট গ্ৰেগৰী কলেজ হিচাপে স্থাপন কৰা হৈছিল। নটৰ ডেম কলেজত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা ডিগ্ৰী পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।

অধ্যক্ষৰ তালিকা

[সম্পাদনা কৰক]
ক্ৰমিক নং অধ্যক্ষ কাৰ্যকাল
জন হ্যাৰিংটন ১৯৪৯–১৯৫৪
জেমছ মাৰ্টিন ১৯৫৪–১৯৬০
থিওটোনিয়াছ অমল গাঙ্গুলী মাৰ্চ ১৯৬০ – অক্টোবৰ ১৯৬০
উইলিয়াম গ্ৰাহাম ১৯৬০–১৯৬৭
জন ভ্যাণ্ডেন বোস ১৯৬৭–১৯৬৯
জোছেফ পিশোতো ১৯৬৯–১৯৭০
ৰিচাৰ্ড উইলিয়াম টিম[2] ১৯৭০–১৯৭১
অ্যামব্ৰোছ হুইলাৰ ১৯৭১–১৯৭৬
জোছেফ পিশোতো ১৯৭৬–১৯৯৮
১০ বেঞ্জামিন কস্তা ১৯৯৮–২০১২
১১ হেমন্ত পিউছ ৰোজাৰিঅ'[1] ২০১২–

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 "New Principal Appointed in Notre Dame College". Daily Sangram. 13 December 2012. Archived from the original on 10 July 2015. https://web.archive.org/web/20150710021422/http://www.dailysangram.com/news_details.php?news_id=103806। আহৰণ কৰা হৈছে: 9 July 2015. 
  2. "Timm, Richard William:CITATION". Archived from the original on 2015-09-24. https://web.archive.org/web/20150924114121/http://www.rmaf.org.ph/newrmaf/main/awardees/awardee/profile/295। আহৰণ কৰা হৈছে: 2020-03-27. 

বাহ্যিক লিংক

[সম্পাদনা কৰক]