নটৰ ডেম কলেজ, ঢাকা
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
নটৰ ডেম কলেজ | |
---|---|
বঙালী: নটর ডেম কলেজ | |
![]() ফাদাৰ টিম ভৱন | |
মূলমন্ত্ৰ | Diligite Lumen Sapientiae |
স্থাপিত | ১৯৪৯ |
ধৰণ | বেচৰকাৰী মহাবিদ্যালয় |
অধ্যক্ষ | ড° ফাদাৰ হেমন্ত পিউছ ৰোজাৰিঅ', চিএচচি[1] |
শিক্ষাৰ্থী | ৬৪০০ |
স্থান | ঢাকা, বাংলাদেশ |
পূৰ্বৰ নাম | চেন্ট গ্ৰেগৰী কলেজ |
উপনাম | এন.ডি.চি |
ভুক্তি | |
ৱেবছাইট | notredamecollege-dhaka |
![]() |
নটৰ ডেম কলেজ (বঙালী: নটর ডেম কলেজ, ইংৰাজী: Notre Dame College) বাংলাদেশৰ ঢাকাৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ১৯৪৯ চনত এইখন চেন্ট গ্ৰেগৰী কলেজ হিচাপে স্থাপন কৰা হৈছিল। নটৰ ডেম কলেজত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা ডিগ্ৰী পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।
অধ্যক্ষৰ তালিকা[সম্পাদনা কৰক]
ক্ৰমিক নং | অধ্যক্ষ | কাৰ্যকাল |
---|---|---|
১ | জন হ্যাৰিংটন | ১৯৪৯–১৯৫৪ |
২ | জেমছ মাৰ্টিন | ১৯৫৪–১৯৬০ |
৩ | থিওটোনিয়াছ অমল গাঙ্গুলী | মাৰ্চ ১৯৬০ – অক্টোবৰ ১৯৬০ |
৪ | উইলিয়াম গ্ৰাহাম | ১৯৬০–১৯৬৭ |
৫ | জন ভ্যান্ডেন বোস | ১৯৬৭–১৯৬৯ |
৬ | জোছেফ পিশোতো | ১৯৬৯–১৯৭০ |
৭ | ৰিচাৰ্ড উইলিয়াম টিম[2] | ১৯৭০–১৯৭১ |
৮ | অ্যামব্ৰোছ হুইলাৰ | ১৯৭১–১৯৭৬ |
৯ | জোছেফ পিশোতো | ১৯৭৬–১৯৯৮ |
১০ | বেঞ্জামিন কস্তা | ১৯৯৮–২০১২ |
১১ | হেমন্ত পিউছ ৰোজাৰিঅ'[1] | ২০১২– |
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ 1.0 1.1 "New Principal Appointed in Notre Dame College". Daily Sangram. 13 December 2012. http://www.dailysangram.com/news_details.php?news_id=103806। আহৰণ কৰা হৈছে: 9 July 2015.
- ↑ "Timm, Richard William:CITATION". http://www.rmaf.org.ph/newrmaf/main/awardees/awardee/profile/295.
বাহ্যিক লিংক[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত নটৰ ডেম কলেজ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |