নাগালেণ্ড (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাগালেণ্ড লোকসভা সমষ্টি (ইংৰাজী: Nagaland Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতনাগালেণ্ড ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি।

লোকসভাৰ সদস্যসকল[সম্পাদনা কৰক]

বৰ্ষ সাংসদ দল
১৯৬৭ Chubatoshi Nagaland Nationalist Organisation
১৯৭১ A. Kevichusa United Front of Nagaland
১৯৭৭ Rano M. Shaiza UDF
১৯৮০ Chingwang নিৰ্দলীয়
১৯৮৪ Chingwang ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৯ Shikino Sam ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১ Imchalemba NPC
১৯৯৬ Imchalemba ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৮ K. Asungba Sangtam ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৯ K. Asungba Sangtam ভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৪ W. Wangyuh নাগালেণ্ড পিপলছ ফ্ৰণ্ট (ইংৰাজী: Nagaland People's Front)
২০০৯ C.M. Chang নাগালেণ্ড পিপলছ ফ্ৰণ্ট

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]