নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল | |
|---|---|
| বঙালী: নাসিব়নগব় আশুতোষ পাইলট উচ্চ বিদ্যালয় | |
নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুলৰ প্ৰবেশমুখ | |
| মূলমন্ত্ৰ | 'Education is light' |
| স্থাপিত | ১৯৩৭ |
| ধৰণ | উচ্চ মাধ্যমিক বিদ্যালয় |
| প্ৰধান শিক্ষক | আবদুল ৰহিম |
| শিক্ষাৰ্থী | ৩৫০০+ |
| স্থান | নাছিৰনগৰ, ব্ৰাহ্মণবাড়িয়া, বাংলাদেশ |
| উপনাম | আশুতোষ |
| ৱেবছাইট | http://naphschool.edu.bd/ |
নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল (বঙালী: নাসিব়নগব় আশুতোষ পাইলট উচ্চ বিদ্যালয়,ইংৰাজী: Nasirnagar Ashutosh Pilot High School) বাংলাদেশৰ নাছিৰনগৰ, ব্ৰাহ্মণবাড়িয়াৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ১৯৩৭ চনত এইখন স্থাপন কৰা হৈছিল। নাসিৰনগৰ আশুতোষ পাইলট হাইস্কুলত বিজ্ঞান, বাণিজ্য, মানৱিক তিনিওটা শাখা মাধ্যমিকৰ পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।
অৱস্থান
[সম্পাদনা কৰক]বাংলাদেশৰ পূব-মধ্য অঞ্চলৰ ব্ৰহ্মনবৰীয়া জিলাৰ নাছিৰনগৰ উপজিলাৰ অন্তৰ্গত মাধ্যমিক বিদ্যালয় নাচিৰনগৰ আশুতোষ পাইলট হাইস্কুল। উপাজিলাৰ আটাইতকৈ পুৰণি বিদ্যালয়। বিদ্যালয়খনৰ পৰা ২০০ মিটাৰ পূবে বজাৰ আৰু নাছিৰনগৰ থানা, উত্তৰে লংগন নদী আৰু মেদিনী হাওৰ, পশ্চিমে উপাজিলাৰ ডাক বাংলো আৰু দক্ষিণে উপাজিলাৰ তহচিল কাৰ্যালয় (ভূমি) অৱস্থিত।
ইতিহাস
[সম্পাদনা কৰক]ঐতিহাসিক সূত্ৰ অনুসৰি, ১৯৩৭ চনৰ ০১ জানুৱাৰীত নাচিৰনগৰ আশুতোষ পাইলট হাইস্কুলৰ প্ৰতিষ্ঠাপক জমিদাৰ শ্ৰীমান কমলাৰঞ্জন ৰায়ৰ পিতৃ শ্ৰী আশুতোষ ৰায়ৰ নামেৰে বিদ্যালয়খনৰ নামকৰণ কৰা হয়।
প্ৰধান শিক্ষকসকলৰ তালিকা
[সম্পাদনা কৰক]- প্ৰধান শিক্ষক আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকবৃন্দৰ তালিকা
| নাম | পদ |
দায়িত্ব গ্ৰহণ | দায়িত্ব ত্যাগ | |
|---|---|---|---|---|
| ১ | শশী ভূষণ ঘোষ | প্ৰধান শিক্ষক | ১ জানুৱাৰী ১৯৩৭ | ৩১ ডিচেম্বৰ ১৯৪৫ |
| ২ | পৃথ্বীশ চন্দ্ৰ ভদ্ৰ | প্ৰধান শিক্ষক | ১ জানুৱাৰী ১৯৪৬ | ৩১ ডিচেম্বৰ ১৯৪৯ |
| ৩ | সুৰেশ চন্দ্ৰ চক্ৰৱৰ্তী | প্ৰধান শিক্ষক | ১ জানুৱাৰী ১৯৫০ | ৩১ মাৰ্চ ১৯৫৩ |
| ৪ | বীৰেন্দ্ৰ চন্দ্ৰ চক্ৰৱৰ্তী | ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক | ১ এপ্ৰিল ১৯৫৩ | ৩০ নৱেম্বৰ ১৯৫৩ |
| ৫ | জগদীশ চন্দ্ৰ ৰায় | প্ৰধান শিক্ষক | ১ ডিচেম্বৰ ১৯৫৩ | ১২ আগষ্ট ১৯৬১ |
| ৬ | আব্দুল হান্নান চৌধুৰী | প্ৰধান শিক্ষক | ১৩ আগষ্ট ১৯৬১ | ১৩ এপ্ৰিল ১৯৯২ |
| ৭ | কাজী ৰমিজ আলী | ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক | ১৪ এপ্ৰিল ১৯৯২ | ১৮ অক্টোবৰ ১৯৯৩ |
| ৮ | শফিউল আযম | ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক | ১৯ অক্টোবৰ ১৯৯৩ | ৯ জুন ১৯৯৫ |
| ৯ | শফিউল আযম | প্ৰধান শিক্ষক | ১০ জুন ১৯৯৫ | ৩০ মাৰ্চ ২০০৩ |
| ১০ | মহেন্দ্ৰ চন্দ্ৰ দাস | ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক | ৩১ মাৰ্চ ২০০৩ | ১৯ এপ্ৰিল ২০০৬ |
| ১১ | মহেন্দ্ৰ চন্দ্ৰ দাস | প্ৰধান শিক্ষক | ২০ এপ্ৰিল ২০০৬ | ১ জানুৱাৰী ২০০৯ |
| ১২ | মো.আবু গণি | ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক | ২ জানুৱাৰী ২০০৯ | ৮ মাৰ্চ ২০১০ |
| ১৩ | মো.আব্দুল ৰহিম | প্ৰধান শিক্ষক | ৯ মাৰ্চ ২০১০ | বৰ্তমানলৈ |