সমললৈ যাওক

নাৰীহত্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাৰীহত্যা (ইংৰাজী: Famicide) হৈছে এক ঘৃণামূলক অপৰাধ শব্দ, যাক সাধাৰণতে সংজ্ঞায়িত কৰা হয় এনেধৰণে- "স্ত্ৰী লিংগ হোৱা বাবেই মহিলা বা ছোৱালীৰ ইচ্ছাকৃত হত্যা।"[1]

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, "নাৰীহত্যাৰ বেছিভাগ ঘটনা সঙ্গী বা প্ৰাক্তন সঙ্গীৰ দ্বাৰা সংঘটিত হয়, আৰু ইয়াত ঘৰত চলি থকা উৎপীড়ন, ভাবুকি বা ধমকি, যৌন হিংসা বা এনে পৰিস্থিতি অন্তৰ্ভুক্ত থাকে য'ত মহিলাসকল তেওঁলোকৰ সঙ্গীতকৈ কম শক্তিশালী বা কম ক্ষমতাশালী হয়।"[2]

তথ্য সংগ্রহ

[সম্পাদনা কৰক]
  1. https://apps.who.int/iris/bitstream/handle/10665/77421/WHO_RHR_12.38_eng.pdf
  2. "আৰ্কাইভ কপি". Archived from the original on 2022-01-31. https://web.archive.org/web/20220131195058/https://edition.cnn.com/2021/09/30/world/femicide-explainer-as-equals-intl-cmd/index.html। আহৰণ কৰা হৈছে: 2022-01-31.