নিঅʼবেংক
অৱয়ব
নিঅʼবেংক (ইয়াক অনলাইন বেংক, ইণ্টাৰনেট-অনলি বেংক, ভাৰ্চুৱেল বেংক বা ডিজিটেল বেংক বুলিও কোৱা হয়) হৈছে পৰম্পৰাগত ভৌতিক শাখা নেটৱৰ্ক অবিহনে একান্তভাৱে অনলাইনত কাম কৰা এক প্ৰকাৰৰ প্ৰত্যক্ষ বেংক।[1][2][3]
নিঅʼবেংকসমূহে আগবঢ়োৱা সেৱাৰ পৰিসৰ পৰম্পৰাগত বেংকসমূহৰ দৰে বহল নহয়। তেওঁলোকে তেওঁলোকৰ মোবাইল এপ বা ৱেবছাইটৰ জৰিয়তে চেভিংছ একাউণ্ট, বিনিয়োগ, ঋণ, বীমাকে ধৰি বিভিন্ন ধৰণৰ বেংকিং সেৱা আগবঢ়ায়।
উল্লেখযোগ্য নিঅʼবেংকসমূহ
[সম্পাদনা কৰক]ভাৰতৰ আটাইতকৈ উল্লেখযোগ্য নিঅʼবেংকসমূহ তলত উল্লেখ কৰা হৈছে:
- ফাই
- নিয়ো গ্লোবেল
- জুপিটাৰ
- ফ্ৰিঅʼ
- ফিনিন
- হপ্
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Digital Economy Outlook". BBVA Research. 2016. পৃষ্ঠা: 12. https://www.bbvaresearch.com/wp-content/uploads/2016/01/DEO_Jan16.pdf.
- ↑ Ballard, Barclay (October 11, 2018). "The unstoppable rise of neobanks". World Finance. https://www.worldfinance.com/banking/the-unstoppable-rise-of-neobanks। আহৰণ কৰা হৈছে: 31 December 2018.
- ↑ "What is a neobank?". Business Standard India. 6 May 2022. https://www.business-standard.com/podcast/finance/what-is-a-neobank-122050600048_1.html.