নিউ গাৰ্ল
অৱয়ব
| নিউ গাৰ্ল | |
|---|---|
| শৈলী | চিটুৱেচন কমেডি |
| নিৰ্মাতা | লিজ মেৰিৱেঠাৰ |
| লিখক | লিজ মেৰিৱেঠাৰ |
| অভিনয়ত | যয়ী ডেচনেল মেক্স গ্ৰীণফিল্ড জেক জনছন হেনাহ ছাইমন লেমৰনে মৰিছ |
| শীৰ্ষ সংগীত পৰিচালক | যয়ী ডেচনেল[1] |
| দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
| ভাষা | ইংৰাজী |
| চিজনৰ সংখ্যা | ১ |
| প্ৰযোজনা | |
| কাৰ্যবাহী প্ৰযোজক | লিজ মেৰিৱেঠাৰ জেক কচডন পিটাৰ চেৰনিন কেঠেৰিন পোপ ডেভ ফিঙ্কল ব্ৰেট বেৰ |
| কেমেৰাৰ ছেটআপ | একক কেমেৰা |
| দৈৰ্ঘ্য | ২২ মিনিট |
| ষ্টুডিঅ’ | ফক্স টেলিভিজন ষ্টুডিঅ’ ছেৰমিন এন্টাৰটেইনমেন্ট |
| সম্প্ৰচাৰ | |
| মূল ছেনেল | ফক্স |
| দৃশ্যৰ ফৰমেট | ৪৮০i (৪:৩ SDTV) ১০৮০i (১৬:৯ HDTV) |
| প্ৰদৰ্শনৰ সময় | ২০ চেপ্টেম্বৰ, ২০১১ – বৰ্তমানলৈ |
| বাহ্যিক সংযোগ | |
| আধিকাৰিক জালস্থান ৱেবছাইট | |
নিউ গাৰ্ল (ইংৰাজী:New Girl; অসমীয়া:নতুন ছোৱালী) হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক।
