নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অৱয়ব
অসমৰ দুটা যুগৰ দুজন কবিক একে নামেৰে জনা যায়৷ এজনক ককা নীলমণি ফুকন হিচাপে জনা যায় যদিও দ্ব্যৰ্থতা দূৰীকৰণৰ বাবে ইয়াত তলত দিয়াৰ দৰে সজাই তোলা হৈছে৷
- নীলমণি ফুকন (জেষ্ঠ) : সাহিত্যিক, ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী৷
- নীলমণি ফুকন (কনিষ্ঠ) : কবি, সমালোচক, অধ্যাপক আৰু সাহিত্যিক৷
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |