নেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টি (ইংৰাজী: National Democratic Progressive Party) চমুকৈ NDPP হৈছে ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। চিংৱাং কনিয়াক হৈছে এনডিপিপিৰ সভাপতি। দলটোৰ প্ৰতীক চিহ্ন হৈছে গোলক।

নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ক সমৰ্থন কৰা নগা পিপলছ ফ্ৰণ্টৰ বিসম্বাদী গোটে বিভাজিত হৈ ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি গঠন কৰিছিল।[1][2] ২০১৭ চনৰ অক্টোবৰ মাহত ডিপিপিৰ নাম সলনি কৰি "নেছনেল ডেমʼক্ৰেটিক প্ৰোগ্ৰেছিভ পাৰ্টি" কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]