নোগি মাৰেস্কে

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰবন্ধটোত জাপানৰ সেনাপতি বীৰ নোগিৰ কথা আএই প্ৰবন্ধটোত জাপানৰ সেনাপতি বীৰ নোগিৰ কথা আলোচনা কৰা হৈছে। আজিলৈকে বোনাপাৰ্ট আদি যিবোৰ মহাবীৰৰ বীৰত্বৰ তেজেৰে জগতখন পোহৰাই উঠিছিল সেই আটাইবোৰৰ তুলনাত জাপানৰ সেনাপতি নোগিৰ নাম সদায় চিৰস্মৰণীয় হৈ ৰব। তেওঁ বহুত শক্তিশালী আৰু বলপূৰ্ণ ব্যক্তি আছিল। তেওঁৰ সেই বাহুবল আৰু প্ৰবল নৈতিক বল দেখি সেই সময়ত সভ্য জগতখন তবধ হৈ পৰিছিল। তেওঁৰ এই বলেৰে তেওঁ জগত জয়ী কৰিছিল। তেওঁৰ ৰাজভক্তি বুলি এটা অসাধাৰণ মহৎ গুণ আছিল। তাৰ বলতেই চন্দ্ৰ সূৰ্য থাকে অৰ্থাৎ চিৰকলীয়া সোৱৰণীয়ে জগতবাসীৰ ভক্তি পুষ্পাঞ্জলী   স্বৰগধামতো তেওঁৰ মধুৰ মূৰ্তিৰ আগত অৰ্পণ কৰিব বুলি উল্লেখ আছে। তেওঁ জগতৰ ৰাজভক্তিৰে যি মহৎ গুণ তাৰ এক জ্বলন্ত নিদৰ্শন দেখুৱাই এক আকাশৰ ধ্ৰুৱতৰাৰ দৰে সেনাপতি নোগি অকম্মৎ মেঘৰ আৰত লুকাই গল আৰু নাইকিয়া হৈ গল।   তেওঁৰ জীৱনৰ এক অনুৰূপ মৰণ বুলি কব পৰা যায়। এই প্ৰবন্ধটোৰ মূল উদ্দেশ্যই হৈছে এই মহাপুৰুষজনৰ পবিত্ৰ জীৱনৰ আভাস।

সেনাপতি নোগি জাপানৰ বিখ্যাত চামুৰাই বংশৰ মহাবীৰ মাৰেট চুগুৰ নোগিৰ জ্যেষ্ঠপুএ আছিল। চামুৰাই সকলক এক বীৰ হিচাপে ধৰা হয়। এই চামুৰাই সকলেই যুদ্ধৰ সাহ আৰু অতুল পৰাক্ৰমৰ বাবে বিশ্ববিখ্যাত। নোগি অতি কম সময়তে বংশৰ নিয়ম ৰক্ষা কৰি অস্ত্ৰ শিক্ষাত পৈনত হৈ পৰিছিল আৰু সামৰিক বিদ্যালয়ত ভৰ্তি হৈছিল। আৰু তেওঁ ১৭ বছৰৰ বয়সতে মেজৰৰ পদবী পায়। জাপানত বিদ্ৰোহ এটা উপস্থিত হৈছিল তেতিয়া নোগি সুশিক্ষিত জাপানী সৈন্যৰ আগত টিকিব পৰা নাছিল আৰু পলাই গৈছিল। দিনক দিনে তেওঁৰ যশমান আৰু বেছি বাঢ়িবলৈ ধৰিলে। সৈন্য বিভাগত নোগিৰ নাম বৰ হোৱা দেখা গল।

১৮৯৪ খ্ৰীষ্টাব্দত চীন আৰু জাপানৰ ভিতৰত এখন প্ৰথম যুদ্ধৰ সূএপাত হৈছিল আৰু সেই যুদ্ধত জয়লাভ কৰিবলৈ নোগিক পঠোৱা হৈছিল আৰু সেই যুদ্ধখনত নোগি সম্পূৰ্ণ ৰূপে জয়ী হৈছিল। এই যুদ্ধত জয়লাভ কৰাৰ বাবে সমৰাটে নিজে মান ধৰিছিল আৰু সম্ভ্ৰাটৰ পৰা এনে সন্মান লাভ কৰাৰ বাবে নোগিক জাপানৰ সেনিপতি বুলি কোৱাত কোনো হানি নহয়।

ৰুছ আৰু জাপানৰ যুদ্ধত নোগি অতি বিক্ৰমেৰে যুদ্ধ কৰে আৰু জগতক স্তম্ভিত কৰে। এই যুদ্ধত নোগিৰ পুএৰ মৃত্যু হয় আৰু দ্ধিতীয় পুএৰো এনে দশা হব বুলি ভাবি তেওঁৰ বংশৰ সাজ লগাবলৈ কোনো মানুহে নোহোৱা হব বুলি ভাবি জাপানী সৈন্যসকলে এই পুএক যুদ্ধৰ পৰা দূৰত ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু নোগিয়ে নিজৰ পুএ এক সৈন্য যিহেতু সেইকাৰণে তেওঁক যুদ্ধত নামিবলৈ দিছিল। তেওঁৰ নৈতিক বল দেখি গোটেই জগতে বিস্ময় মানিছিল। বাস্তৱিকতে কবলৈ গলে নোগিৰ বাদে আন কোনো চৰিএৰ মাজত বাহুবল আৰু নৈতিক বল থকা দেখা নাছিল। ইয়াৰ কিছু সময়ৰ পিছত নোগিৰ দ্ধিতীয় পুএও যুদ্ধত নামি পৰিছিল। এইবোৰ দেখি জগতখনৰ লোকসকলে মূৰে কপালে হাত দিছিল।

পোৰ্ট আৰ্থৰ অৱৰোধ কৰোঁতে তেওঁ পৰাক্ৰম দেখুৱাইছিল সি চিৰস্মৰণীয়। কোনেও এই পৰাক্ৰমৰ কথা কেতিয়াও জীৱনত পাহৰিব নোৱাৰে। নোগিয়ে সৈন্যসকলক সকলো ক্ষেএতে উৎসাহ দিছিল। তেওঁ এনেদৰে উৎসাহ দিছিল যে 'সেনাদল! তোমালোকে যি কামত হাত দিব লাগিব সেইবোৰ অতি গুৰুত্বপূৰ্ণ। এই যুদ্ধৰ ফলাফলৰ ওপৰতে জাপানৰ নিৰাপদ আৰু সৈন্যৰ গৌৰৱ নিৰ্ভৰ কৰিব। তেওঁ সৈন্যবোৰক এই বিষয়টোৰ ওপৰত ভালদৰে চিন্তুা চৰ্চা কৰিবলৈ কৈছে। সকলো বিপদ অতিক্ৰম কৰাৰ কথা কৈছে। তেওঁলোকৰ সকলোৱেই জন্মভূমিৰ ঋণ পৰিশোধ কৰিব লাগিব বুলি কৈছে আৰু বিভিন্ন বিষয়ত নোগিয়ে সৈন্যসকলক উৎসাহ প্ৰদান কৰিছে। বীৰৰ এই উৎসাহ বাক্য শুনি সকলো সৈন্যৰে শিৰে শিৰে তেজ বৈ গৈছিল।

নোগিৰ অসীম সাহস বলতে পোৰ্ট আৰ্থৰ জাপানৰ হাতলৈ আহে। যুদ্ধ শেষ হোৱাৰ পিছত তেওঁ দেশলৈ উভতি আহে আৰু যুদ্ধৰ পিছত তেওঁ নগৰত নাথাকি দূৰৰ গাৱত বাস কৰে। তেতিয়াই তাত থাকোঁতে তেওঁ সম্ৰাট মিকাদোৰ মৃত্যুৰ বাতৰি পাই আত্মহত্যা কৰিছিল। এনে আত্মহত্যাক জাপানীসকলে হাৰিকিৰি বুলি কয়। এই আত্মহত্যাৰ বেলেগ একে গুণাগুণ থাকিব নোৱাৰে কিন্তু ইয়াক আত্মহত্যা নুবুলি আত্মহত্যা বুলিহে কব লাগিব। তেওঁৰ যাজভক্তি আদৰ্শন স্থল বুলিব পাৰি। তেওঁৰ মৃত্যুৰ সময়ত বয়স মাথোঁ ৬৩ বছৰ আছিল। নোগিৰ অকাল মৃত্যুত গোটেই জগতত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছিল কাৰণে জগতে এজন মহাবীৰ হেৰুৱাইছিল।

নোগিয়ে নিজৰ ভাষাতেই তেওঁৰ অন্তিম ইচ্ছা পএত এনেদৰে লিখি থৈ গৈছে যে- ' যিজন(অৰ্থাৎ মিকাদো) গল তেওঁৰ পাছ লবলৈকে মই আত্মহত্যা কৰিলো। এই কাৰ্য কৰিলে যে অপৰাধ হয় আৰু সেই অপৰাধ যে সামান্য নহয়, সেইটো মই ভালদৰে জানো। মই বুঢ়া আৰু দুৰ্বল হৈ পৰিছো মৰিবলৈ সৰহ দিন নাই। এনে সময়তে এই দুৰ্ঘটনা বিষয়ে কি কোৱা উচিত এই কথা ভালদৰে নাজানো। কিন্তু এই ঘটনাৰ ভীষণতাই মোক বিহবল কৰি তুলিলে। '

নোগি গোটেই জগতখনৰ বাবে আদৰ আৰু সন্মানৰ পাএ আছিল। তেওঁৰ বীৰত্বৰ কথা জগতৰ প্ৰত্যেকৰ স্মৃতিপটত উজ্জ্বলি আছিল কল্পনাৰ মন্দিৰত তেওঁৰ মূৰ্তিৰ পূজা সদায় হৈ আছিল। এই প্ৰবন্ধটোত নোগিৰ জীৱনত ঘটা সকলো ঘটনা সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে।

লোচনা কৰা হৈছে। আজিলৈকে বোনাপাৰ্ট আদি যিবোৰ মহাবীৰৰ বীৰত্বৰ তেজেৰে জগতখন পোহৰাই উঠিছিল সেই আটাইবোৰৰ তুলনাত জাপানৰ সেনাপতি নোগিৰ নাম সদায় চিৰস্মৰণীয় হৈ ৰব। তেওঁ বহুত শক্তিশালী আৰু বলপূৰ্ণ ব্যক্তি আছিল। তেওঁৰ সেই বাহুবল আৰু প্ৰবল নৈতিক বল দেখি সেই সময়ত সভ্য জগতখন তবধ হৈ পৰিছিল। তেওঁৰ এই বলেৰে তেওঁ জগত জয়ী কৰিছিল। তেওঁৰ ৰাজভক্তি বুলি এটা অসাধাৰণ মহৎ গুণ আছিল। তাৰ বলতেই চন্দ্ৰ সূৰ্য থাকে অৰ্থাৎ চিৰকলীয়া সোৱৰণীয়ে জগতবাসীৰ ভক্তি পুষ্পাঞ্জলী   স্বৰগধামতো তেওঁৰ মধুৰ মূৰ্তিৰ আগত অৰ্পণ কৰিব বুলি উল্লেখ আছে। তেওঁ জগতৰ ৰাজভক্তিৰে যি মহৎ গুণ তাৰ এক জ্বলন্ত নিদৰ্শন দেখুৱাই এক আকাশৰ ধ্ৰুৱতৰাৰ দৰে সেনাপতি নোগি অকম্মৎ মেঘৰ আৰত লুকাই গল আৰু নাইকিয়া হৈ গল।   তেওঁৰ জীৱনৰ এক অনুৰূপ মৰণ বুলি কব পৰা যায়। এই প্ৰবন্ধটোৰ মূল উদ্দেশ্যই হৈছে এই মহাপুৰুষজনৰ পবিত্ৰ জীৱনৰ আভাস।

সেনাপতি নোগি জাপানৰ বিখ্যাত চামুৰাই বংশৰ মহাবীৰ মাৰেট চুগুৰ নোগিৰ জ্যেষ্ঠপুএ আছিল। চামুৰাই সকলক এক বীৰ হিচাপে ধৰা হয়। এই চামুৰাই সকলেই যুদ্ধৰ সাহ আৰু অতুল পৰাক্ৰমৰ বাবে বিশ্ববিখ্যাত। নোগি অতি কম সময়তে বংশৰ নিয়ম ৰক্ষা কৰি অস্ত্ৰ শিক্ষাত পৈনত হৈ পৰিছিল আৰু সামৰিক বিদ্যালয়ত ভৰ্তি হৈছিল। আৰু তেওঁ ১৭ বছৰৰ বয়সতে মেজৰৰ পদবী পায়। জাপানত বিদ্ৰোহ এটা উপস্থিত হৈছিল তেতিয়া নোগি সুশিক্ষিত জাপানী সৈন্যৰ আগত টিকিব পৰা নাছিল আৰু পলাই গৈছিল। দিনক দিনে তেওঁৰ যশমান আৰু বেছি বাঢ়িবলৈ ধৰিলে। সৈন্য বিভাগত নোগিৰ নাম বৰ হোৱা দেখা গল।

১৮৯৪ খ্ৰীষ্টাব্দত চীন আৰু জাপানৰ ভিতৰত এখন প্ৰথম যুদ্ধৰ সূএপাত হৈছিল আৰু সেই যুদ্ধত জয়লাভ কৰিবলৈ নোগিক পঠোৱা হৈছিল আৰু সেই যুদ্ধখনত নোগি সম্পূৰ্ণ ৰূপে জয়ী হৈছিল। এই যুদ্ধত জয়লাভ কৰাৰ বাবে সমৰাটে নিজে মান ধৰিছিল আৰু সম্ভ্ৰাটৰ পৰা এনে সন্মান লাভ কৰাৰ বাবে নোগিক জাপানৰ সেনিপতি বুলি কোৱাত কোনো হানি নহয়।

ৰুছ আৰু জাপানৰ যুদ্ধত নোগি অতি বিক্ৰমেৰে যুদ্ধ কৰে আৰু জগতক স্তম্ভিত কৰে। এই যুদ্ধত নোগিৰ পুএৰ মৃত্যু হয় আৰু দ্ধিতীয় পুএৰো এনে দশা হব বুলি ভাবি তেওঁৰ বংশৰ সাজ লগাবলৈ কোনো মানুহে নোহোৱা হব বুলি ভাবি জাপানী সৈন্যসকলে এই পুএক যুদ্ধৰ পৰা দূৰত ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু নোগিয়ে নিজৰ পুএ এক সৈন্য যিহেতু সেইকাৰণে তেওঁক যুদ্ধত নামিবলৈ দিছিল। তেওঁৰ নৈতিক বল দেখি গোটেই জগতে বিস্ময় মানিছিল। বাস্তৱিকতে কবলৈ গলে নোগিৰ বাদে আন কোনো চৰিএৰ মাজত বাহুবল আৰু নৈতিক বল থকা দেখা নাছিল। ইয়াৰ কিছু সময়ৰ পিছত নোগিৰ দ্ধিতীয় পুএও যুদ্ধত নামি পৰিছিল। এইবোৰ দেখি জগতখনৰ লোকসকলে মূৰে কপালে হাত দিছিল।

পোৰ্ট আৰ্থৰ অৱৰোধ কৰোঁতে তেওঁ পৰাক্ৰম দেখুৱাইছিল সি চিৰস্মৰণীয়। কোনেও এই পৰাক্ৰমৰ কথা কেতিয়াও জীৱনত পাহৰিব নোৱাৰে। নোগিয়ে সৈন্যসকলক সকলো ক্ষেএতে উৎসাহ দিছিল। তেওঁ এনেদৰে উৎসাহ দিছিল যে 'সেনাদল! তোমালোকে যি কামত হাত দিব লাগিব সেইবোৰ অতি গুৰুত্বপূৰ্ণ। এই যুদ্ধৰ ফলাফলৰ ওপৰতে জাপানৰ নিৰাপদ আৰু সৈন্যৰ গৌৰৱ নিৰ্ভৰ কৰিব। তেওঁ সৈন্যবোৰক এই বিষয়টোৰ ওপৰত ভালদৰে চিন্তুা চৰ্চা কৰিবলৈ কৈছে। সকলো বিপদ অতিক্ৰম কৰাৰ কথা কৈছে। তেওঁলোকৰ সকলোৱেই জন্মভূমিৰ ঋণ পৰিশোধ কৰিব লাগিব বুলি কৈছে আৰু বিভিন্ন বিষয়ত নোগিয়ে সৈন্যসকলক উৎসাহ প্ৰদান কৰিছে। বীৰৰ এই উৎসাহ বাক্য শুনি সকলো সৈন্যৰে শিৰে শিৰে তেজ বৈ গৈছিল।

নোগিৰ অসীম সাহস বলতে পোৰ্ট আৰ্থৰ জাপানৰ হাতলৈ আহে। যুদ্ধ শেষ হোৱাৰ পিছত তেওঁ দেশলৈ উভতি আহে আৰু যুদ্ধৰ পিছত তেওঁ নগৰত নাথাকি দূৰৰ গাৱত বাস কৰে। তেতিয়াই তাত থাকোঁতে তেওঁ সম্ৰাট মিকাদোৰ মৃত্যুৰ বাতৰি পাই আত্মহত্যা কৰিছিল। এনে আত্মহত্যাক জাপানীসকলে হাৰিকিৰি বুলি কয়। এই আত্মহত্যাৰ বেলেগ একে গুণাগুণ থাকিব নোৱাৰে কিন্তু ইয়াক আত্মহত্যা নুবুলি আত্মহত্যা বুলিহে কব লাগিব। তেওঁৰ যাজভক্তি আদৰ্শন স্থল বুলিব পাৰি। তেওঁৰ মৃত্যুৰ সময়ত বয়স মাথোঁ ৬৩ বছৰ আছিল। নোগিৰ অকাল মৃত্যুত গোটেই জগতত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছিল কাৰণে জগতে এজন মহাবীৰ হেৰুৱাইছিল। �

নোগিয়ে নিজৰ ভাষাতেই তেওঁৰ অন্তিম ইচ্ছা পএত এনেদৰে লিখি থৈ গৈছে যে- ' যিজন(অৰ্থাৎ মিকাদো) গল তেওঁৰ পাছ লবলৈকে মই আত্মহত্যা কৰিলো। এই কাৰ্য কৰিলে যে অপৰাধ হয় আৰু সেই অপৰাধ যে সামান্য নহয়, সেইটো মই ভালদৰে জানো। মই বুঢ়া আৰু দুৰ্বল হৈ পৰিছো মৰিবলৈ সৰহ দিন নাই। এনে সময়তে এই দুৰ্ঘটনা বিষয়ে কি কোৱা উচিত এই কথা ভালদৰে নাজানো। কিন্তু এই ঘটনাৰ ভীষণতাই মোক বিহবল কৰি তুলিলে। '

নোগি গোটেই জগতখনৰ বাবে আদৰ আৰু সন্মানৰ পাএ আছিল। তেওঁৰ বীৰত্বৰ কথা জগতৰ প্ৰত্যেকৰ স্মৃতিপটত উজ্জ্বলি আছিল কল্পনাৰ মন্দিৰত তেওঁৰ মূৰ্তিৰ পূজা সদায় হৈ আছিল। এই প্ৰবন্ধটোত নোগিৰ জীৱনত ঘটা সকলো ঘটনা সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে।

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  1. কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]