পঞ্চতন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

পঞ্চতন্ত্ৰ সংস্কৃত ভাষাত ৰচিত এখন প্ৰাচীন গ্ৰন্থ৷ ৰচয়িতা কবি বিষ্ণু শৰ্মা৷ কিন্তু এই গ্ৰন্থৰ মূল পাণ্ডুলিপি পোৱা হোৱা নাই৷ বিভিন্ন উপদেশমূলক গল্পৰ সঙ্কলন এইখন গ্ৰন্থ৷ জীৱন পথৰ নানা উপদেশ এই গ্ৰন্থৰ বিভিন্ন গল্পেৰ যোগেদি উদাহৰণদি দাঙি ধৰিছে৷ গ্ৰন্থখন ৫টা তন্ত্ৰ বা ভাগত বিভক্ত৷ এইবিলাক হ'ল :

  • মিত্ৰভেদ
  • মিত্ৰপ্ৰাপ্তি
  • কাকোলুকীয়
  • লব্ধপ্ৰনাশ
  • অপৰিক্ষিতকাৰক