পঞ্চতন্ত্ৰ
Jump to navigation
Jump to search
পঞ্চতন্ত্ৰ সংস্কৃত ভাষাত ৰচিত এখন প্ৰাচীন গ্ৰন্থ৷ ৰচয়িতা কবি বিষ্ণু শৰ্মা৷ কিন্তু এই গ্ৰন্থৰ মূল পাণ্ডুলিপি পোৱা হোৱা নাই৷ বিভিন্ন উপদেশমূলক গল্পৰ সঙ্কলন এইখন গ্ৰন্থ৷ জীৱন পথৰ নানা উপদেশ এই গ্ৰন্থৰ বিভিন্ন গল্পেৰ যোগেদি উদাহৰণদি দাঙি ধৰিছে৷ গ্ৰন্থখন ৫টা তন্ত্ৰ বা ভাগত বিভক্ত৷ এইবিলাক হ'ল :
- মিত্ৰভেদ
- মিত্ৰপ্ৰাপ্তি
- কাকোলুকীয়
- লব্ধপ্ৰনাশ
- অপৰিক্ষিতকাৰক