পঞ্চভুজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই পঞ্চভূজৰ সকলো কোণ আৰু সকলো ভূজা সমান

পঞ্চভূজ ৫ ৰেখা খণ্ড থকা এক বহুভূজ।[1]

পঞ্চভূজৰ ভিতৰুৱা কোণসমূহৰ মাপৰ যোগফল[সম্পাদনা কৰক]

পঞ্চভূজ এক বহুভূজ আৰু অন্য বহুভূজৰ দৰেই সকনো পঞ্চভূজৰ সকলো ভিতৰুৱা কোণৰ জোখৰ যোগফল একেই। পঞ্চভূজৰ সকনো ভিতৰুৱা কোণৰ জোখৰ যোগফন ৫৪০ ডিগ্ৰী।

প্ৰমাণ[সম্পাদনা কৰক]

দিয়া আছে: ১ পঞ্চভূজ ABCDE

প্ৰমাণ কৰিব লাগে: কোণ (EAB + ABC + BCD + CDE + DEA) = ৫৪০ ডিগ্ৰী

আঁকিব লাগে: AC, AD সংযুক্ত কৰা

প্ৰমাণ:





পাৰ্চ কৰিব অসমৰ্থ (SVG (MathML can be enabled via browser plugin): Invalid response ("Math extension cannot connect to Restbase.") from server "http://localhost:6011/as.wikipedia.org/v1/":): {\displaystyle = 540 DEGREE }

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org