পঞ্চভুজ
পঞ্চভূজ ৫ ৰেখা খণ্ড থকা এক বহুভূজ৷[1]
পঞ্চভূজৰ ভিতৰুৱা কোণসমূহৰ মাপৰ যোগফল[সম্পাদনা কৰক]
পঞ্চভূজ এক বহুভূজ আৰু অন্য বহুভূজৰ দৰেই সকনো পঞ্চভূজৰ সকলো ভিতৰুৱা কোণৰ জোখৰ যোগফল একেই৷ পঞ্চভূজৰ সকনো ভিতৰুৱা কোণৰ জোখৰ যোগফন ৫৪০ ডিগ্ৰী৷
প্ৰমাণ[সম্পাদনা কৰক]
দিয়া আছে: ১ পঞ্চভূজ ABCDE
প্ৰমাণ কৰিব লাগে: কোণ (EAB + ABC + BCD + CDE + DEA) = ৫৪০ ডিগ্ৰী
আঁকিব লাগে: AC, AD সংযুক্ত কৰা
প্ৰমাণ:
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ xobdo.org
|