পঞ্চভুজ
অৱয়ব
পঞ্চভূজ ৫ ৰেখা খণ্ড থকা এক বহুভূজ।[1]
পঞ্চভূজৰ ভিতৰুৱা কোণসমূহৰ মাপৰ যোগফল
[সম্পাদনা কৰক]পঞ্চভূজ এক বহুভূজ আৰু অন্য বহুভূজৰ দৰেই সকনো পঞ্চভূজৰ সকলো ভিতৰুৱা কোণৰ জোখৰ যোগফল একেই। পঞ্চভূজৰ সকনো ভিতৰুৱা কোণৰ জোখৰ যোগফন ৫৪০ ডিগ্ৰী।
প্ৰমাণ
[সম্পাদনা কৰক]দিয়া আছে: ১ পঞ্চভূজ ABCDE
প্ৰমাণ কৰিব লাগে: কোণ (EAB + ABC + BCD + CDE + DEA) = ৫৪০ ডিগ্ৰী
আঁকিব লাগে: AC, AD সংযুক্ত কৰা
প্ৰমাণ:
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org
|