পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয় পাঁচমাইল অঞ্চলৰ উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এইখন অসমতেজপুৰ চহৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

ইতিহাস[সম্পাদনা কৰক]

বিদ্যালয়খন ১৯৬৯ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। পাঁচমাইলৰ শিক্ষা প্ৰেমী ৰাইজৰ সহযোগিতাত এই বিদ্যালয় খন স্থাপন কৰা হয়।

পথ নিৰ্দেশনা[সম্পাদনা কৰক]

তেজপুৰ চহৰ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা বাচেৰে প্ৰায় চাৰি ঘণ্টা আৰু বায়ুপথেৰে প্ৰায় 3৫ মিনিটৰ দূৰত্বত অৱস্থিত। তেজপুৰলৈ অসমৰ যিকোনো স্থানৰ পৰা বাচ আৰু অন্যান্য বাহনৰ সূচল যোগাযোগ ব্যবস্থাও আছে। স্থানীয়ভাবে ইয়াত অট'ৰিক্সা আৰু ৰিক্সাৰ সহায়ত কম খৰচতে ভ্ৰমণ কৰিব পাৰি।

পাঠ্যক্ৰম[সম্পাদনা কৰক]

পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫ম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যথমিক দ্বদ্বাদশ শ্ৰেণীলৈ পাঠ্যক্ৰমৰ আছে।