পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয় পাঁচমাইল অঞ্চলৰ উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এইখন অসমৰতেজপুৰ চহৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
ইতিহাস[সম্পাদনা কৰক]
বিদ্যালয়খন ১৯৬৯ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। পাঁচমাইলৰ শিক্ষা প্ৰেমী ৰাইজৰ সহযোগিতাত এই বিদ্যালয় খন স্থাপন কৰা হয়।
পথ নিৰ্দেশনা[সম্পাদনা কৰক]
তেজপুৰ চহৰ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা বাচেৰে প্ৰায় চাৰি ঘণ্টা আৰু বায়ুপথেৰে প্ৰায় 3৫ মিনিটৰ দূৰত্বত অৱস্থিত। তেজপুৰলৈ অসমৰ যিকোনো স্থানৰ পৰা বাচ আৰু অন্যান্য বাহনৰ সূচল যোগাযোগ ব্যবস্থাও আছে। স্থানীয়ভাবে ইয়াত অট'ৰিক্সা আৰু ৰিক্সাৰ সহায়ত কম খৰচতে ভ্ৰমণ কৰিব পাৰি।
পাঠ্যক্ৰম[সম্পাদনা কৰক]
পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫ম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যথমিক দ্বদ্বাদশ শ্ৰেণীলৈ পাঠ্যক্ৰমৰ আছে।