পাৰ্থেনিয়াম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পাৰ্থেনিয়াম উত্তৰ আমেৰিকাৰ এবিধ থলুৱা বাৰ্ষিক, দ্বিবাৰ্ষিক, বহুবৰ্ষজীৱী, হেলিয়ান্থী(Heliantheae) গোত্ৰৰ এষ্টাৰেছী(Asteraceae) জাতিৰ এষ্টাৰোডী(Asteroideae) উপজাতিৰ জোপোহা উদ্ভিদ৷[1][2] পাৰ্থেনিয়াম নামটো গ্ৰীক শব্দ parthenionৰ পৰা আহিছে৷[3][4][5] শব্দটো সম্ভৱতঃ গ্ৰীক শব্দ parthenosৰ পৰা উদ্ভূত, যাৰ অৰ্থ “কুমাৰী’’৷[2]

প্ৰজাতি[সম্পাদনা কৰক]

পাৰ্থেনিয়ামৰ কেইবাটিও প্ৰজাতি আছে৷ সেইবোৰ হ’ল:[6]

এই উপজাতিবোৰৰ ভিতৰত আটাইতকৈ বিষাক্ত প্ৰজাতিটো হৈছে পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ

গুৰুত্ব[সম্পাদনা কৰক]

উত্তৰ আমেৰিকাত জিকাৰিলা আপাচি জাতিৰ লোকসকলে ঔষধৰ বাবে পাৰ্থেনিয়াম ইনকানাম ব্যৱহাৰ কৰিছিল। গুয়ায়ুল (P. argentatum)ৰ ৰস প্ৰাকৃতিক ৰবৰৰ উৎস। .[7] ভাৰত, অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ কিছু অংশত পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ এবিধ সাধাৰণ আক্ৰমণাত্মক প্ৰজাতি। ইয়াৰ পৰাগ ৰেণুই এলাৰ্জীৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ আঠা অতি বিষাক্ত।

চিত্ৰ[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Linnaeus, Carl von. 1753. Species Plantarum 2: 988 in Latin
  2. 2.0 2.1 Strother, John L., "Parthenium", in Flora of North America Editorial Committee, Flora of North America North of Mexico (FNA), প্ৰকাশক New York and Oxford, http://www.efloras.org/florataxon.aspx?flora_id=1&taxon_id=124104, আহৰণ কৰা হৈছে: 2011-08-09 
  3. Liddell, Henry George; Scott, Robert (1940). "παρθένιον". A Greek-English Lexicon. Clarendon Press. Archived from the original on 2019-07-03 – via the Perseus Project. 
  4. Dioscorides, Pedanius (2000). Materia Medica. প্ৰকাশক Johannesburg, South Africa: Ibidis Press. পৃষ্ঠা. 556. https://archive.org/details/Dioscorides_Materia_Medica. 
  5. Dioscorides, Pedanius (1829). Sprengel, Curtius. ed. De Materia Medica. প্ৰকাশক Leipzig. পৃষ্ঠা. 484. https://books.google.com/books?id=JwAUAAAAQAAJ&pg=PA582. 
  6. Flann, C (ed) 2009+ Global Compositae Checklist Archived 2014-12-27 at Archive.today
  7. Ray, Dennis T. (1993). "Guayule: A source of natural rubber". New crops (New York: Wiley): 338–343. http://www.hort.purdue.edu/newcrop/proceedings1993/v2-338.html.