পুৰুষ সংহতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ব্ৰহ্মৰ প্ৰভুত শক্তি স্বীকাৰ কৰা এটি সম্প্ৰদায় হ'ল পুৰুষ সংহতি। ব্ৰহ্মৰ আন এক নাম পুৰুষ। তেনে নামৰ পৰাই পুৰুষ সংহতি নামকৰণ হ'ব পাৰে। এই সংহতিত ব্ৰহ্মৰ প্ৰাধান্যৰ লগত নামৰ প্ৰতিও বিশেষ আস্থা থাকে। শংকৰদেৱৰ নাতি পুৰুষোত্তম ঠাকুৰৰ পৰা এই সংহতিৰ নামকৰণ হোৱা বুলিও সেই সম্প্ৰদায়ৰ বৈষ্ণৱসকলৰ মাজত বিশেষ প্ৰচাৰ আছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য (দ্বিতীয় মুদ্ৰণ : মাৰ্চ, ২০০৪ খ্ৰীষ্টাব্দ), পৃ: ৩৮, গ্ৰন্থকাৰ- ড° পীতাম্বৰ দেৱগোস্বামী।