পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া
অৱয়ব
পূৰেন্দ্ৰ প্ৰসাদ শইকীয়া | |
---|---|
জন্ম | ১৯৫০ |
পেচা | সাহিত্যিক, খেলুৱৈ |
পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া (Purandra Prasad Saikia) অসমৰ এজন উল্লেখযোগ্য শিশু সাহিত্যিক, ঔপন্যাসিক, কবিৰ লগতে ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ ৷ এতিয়ালৈকে দুশখনৰো সৰু বৰ পুথি প্ৰকাশ কৰিছে৷ ক্ৰীড়া আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে অসম চৰকাৰৰ এককালীন ক্ৰীড়া পেন্সন আৰু সাহিত্যক পেন্সন লাভ কৰিছে৷
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]তেখেতৰ জন্ম হয় ১৯৫০ চনৰ ২৪ নৱেম্বৰত, লখিমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চলৰ শিঙ্গীয়া গাঁৱত৷ পিতৃৰ নাম গগনচন্দ্ৰ শইকীয়া আৰু মাতৃ লভিতা শইকীয়া৷ তেখেতে ঘিলামৰা হাইস্কুলৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৭২ চনত প্ৰাইভেটকৈ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ তেওঁ নৰ্থ বেঙ্ক কলেজত স্নাতক শিক্ষা লাভ কিৰিছিল আৰু ১৯৭৭ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ পৰৱৰ্তী সময়ত ধেমাজি জলসিঞ্চন সংমণ্ডলত চাকৰিত মকৰল হয়৷
প্ৰকাশিত সাহিত্যৰাজি
[সম্পাদনা কৰক]উপন্যাস
[সম্পাদনা কৰক]- দূৰ নক্ষত্ৰৰ পোহৰ, অৰ্পনা ট্ৰেডাচ্, নলবাৰী, ১৯৭৬ চন
- আহত পখীৰ ক’ত, কামাখ্যা বুকষ্টল, গুৱাহাটী, ১৯৭৭ চন
- জুই জ্বলে হৃদয়ত, গোঁহাই বুক ডিপু, ধেমাজি, ১৯৮৪ চন
- যুদ্ধযাত্ৰা পৰ্ব, গোঁহাই বুক ডিপু, ধেমাজি, ১৯৮৫ চন
- পাখিলগা গাভৰুৰ মন, ধেমাজি বুক ষ্টল, ধেমাজি, ১৯৯৬ চন
- প্ৰতিমাক পালানে পৰাণ, বনলতা, গুৱাহাটী, ১৯৯৭ চন[1]
- হিয়াৰ পখিলাজনী, ধেমাজি বুকষ্টল, ধেমাজি, ২০০০ চন
- প্ৰিয়জনৰ পৰশ, কিৰণ প্ৰকাশন, ধেমাজি, ২০০২ চন
- কামনাৰ ইন্দ্ৰজাল, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৩ চন
- মৰম নিগৰি বয়, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৪ চন
- হৃদয় গলে আৰু জ্বলে, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৪ চন
- দেউতাৰ মিঠা মাতবোৰ, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৫ চন
- বিস্ময় মানৱ ভলকান, কিৰণ প্ৰকাশন, ধেমাজি, ২০১০ চন
- প্ৰিয় বান্ধৱী তোমালৈ, বনলতা, পাণবজাৰ, গুৱাহাটী, ২০১০ চন [2]
- মধুময় জীৱনৰ সঙ্গী, সৰস্বতী প্ৰকাশন, গোলাঘাট, ২০১২ চন
জীৱনী পুথি
[সম্পাদনা কৰক]- কুণ্ডিল জীয়াৰী, অমৃত প্ৰকাশ, ১৯৮৭ চন
- ৰাণী সাধনীৰ কাহিনী, চন্দ্ৰ চুতীয়া, ধেমাজি, ১৯৮৮ চন
- নোবেল বিজয়ী ভাৰতীয়, ধেমাজী বুক ষ্টল, ধেমাজি, ১৯৯৯ চন
- ভাৰতৰ ৰাষ্ট্ৰপতি, ধেমাজী বুক ষ্টল, ধেমাজি, ১৯৯৯ চন
- সুন্দৰ জীৱন সাধনাৰ ফল, কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
- কোনে কেনেকৈ খ্যাতি লভিলে, কিতাপ সমলয়, গুৱাহাটী, ২০১৮ চন
- সৌভাগ্য জনা আৰু লাভৰ উপায়,কুঞ্জলতা প্ৰকাশন, গুৱাহাটী, ২০১৮ চন
- শাক পাচলিত ঔষধি গুণ, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৯ চন
ইতিহাসমূলক গ্ৰন্থ
[সম্পাদনা কৰক]- চুতীয়াৰ ইতিহাস আৰু সংস্কৃতি, কিৰণ প্ৰকাশন, ধেমাজি, ২০১১ চন
- ৰাজকুমাৰী সাধনী, কিতাপ সমলয়, গুৱাহাটী, ২০১৮ চন
- বৃহৎ চুতীয়া বুৰঞ্জী, কুঞ্জলতা প্ৰকাশন, গুৱাহাটী, ২০১৮ চন
কবিতা পুথি
[সম্পাদনা কৰক]- ৰথৰ চকৰি ঘূৰে, চিৰিলুইত প্ৰকাশন, ধেনুখনা, ১৯৮১ চন
- চতুৰঙ্গী খোজৰ শব্দ, জননী প্ৰকাশন, ধেমাজী, ১৯৮১ চন
শিশু সাহিত্য
[সম্পাদনা কৰক]- আই তুমি হাঁহি থাকিবা, গগণ পৰিয়াল, ঢকুৱাখানা, ২০১২ চন
- মহাভাৰতৰ সাধু, ডি, ডি, পাব্লিকেচন, গুৱাহাটী, ২০১২ চন
- বিহু কুঁৱৰী সাধু, ডি, ডি, পাব্লিকেচন, গুৱাহাটী, ২০১২ চন
- হাঁহিচম্পা অপেশ্বৰীৰ সাধু, ডি, ডি, পাব্লিকেচন, গুৱাহাটী, ২০১২ চন
- ময়ুৰ পক্ষীৰ সাধু, ডি, ডি, পাব্লিকেচন, গুৱাহাটী , ২০১৩ চন
- জল কুঁৱৰীৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১২ চন
- ঈছপৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১২ চন
- জ্ঞানৰ গুপুত সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৩ চন
- ভিন্ন ৰসৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৩ চন
- মৌ কুঁৱৰীৰ সাধু, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৩ চন
- বিনন্দীয়া পক্ষীৰ বিচিত্ৰতা, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৩ চন
- অকণিৰ ৰামায়ণ, ডি, ডি, পাব্লিকেচন, গুৱাহাটী, ২০১৩ চন
- হাবুঙীয়া সাধু, ডি, ডি, পাব্লিকেচন, গুৱাহাটী, ২০১৪ চন
- বুঢ়া আৰু বান্দৰ, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৪ চন
- সফল সাধনা লাভ, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৪ চন
- পিতৃ-মাতৃৰ গৌৰৱ, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৪ চন
- ৰুক্মিণী আখ্যান, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৫ চন
- ৰাজকুমাৰ এণ্ডাৰচনৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৫ চন
- দুষ্মন্ত-শকুন্তলা কাহিনী, কিতাপ সমলয়, গুৱাহাটী, ২০১৫ চন
- টিপচী চৰাইৰ সাধু (বঁটা প্ৰাপক), কিতাপ সমলয়, গুৱাহাটী, ২০১৬ চন
- বনে বনে বনৰজাৰ সাধু, স্বাগতা প্ৰকাশন,গুৱাহাটী, ২০১৬ চন
- ভূত ঐ ভূত, কুঞ্জলতা প্ৰকাশন, গুৱাহাটী, ২০১৭ চন
- মুনমুনৰ সাধু, কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
- ৰঘুমলা ফুলৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৭ চন
- মাছমৰীয়া আৰু নাগকন্যাৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৭ চন
- জলকন্যাৰ সাধু, কিতাপ সমলয়, গুৱাহাটী, ২০১৮ চন
- পুৰস্কাৰ বিজয়ী ৰজা-ৰাণীৰ সাধু, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৯ চন
- সাধুৰ টোপোলা, ধেমাজি বুকষ্টল, ধেমাজি, ১৯৯৩ চন
- মইনাৰ সাধু, ধেমাজি বুকষ্টল, ধেমাজি, ১৯৯৪ চন
- অৰুণাচলৰ সাধু, ধেমাজি বুকষ্টল, ধেমাজি, ১৯৯৫ চন
- বেজালি সাধুৰ সোৱা, ভট্টাচাৰ্য এজেন্সি, ডিব্ৰুগড়, ১৯৯৭ চন
- হৰি ভক্তিৰ সাধু, ধেমাজি বুকষ্টল, ধেমাজি, ১৯৯৮ চন
- ধুনীয়া ধুনীয়া সাধু, বনলতা, পাণবজাৰ, গুৱাহাটী, ১৯৯৯ চন
- ভূত-ভূতনীৰ সাধু, বনলতা, পাণবজাৰ, গুৱাহাটী, ১৯৯৯ চন
- কুণ্ডিলৰ সাধু, ধেমাজি বুক ষ্টল, ১৯৯৯ চন
- মৎস্য আৰু পক্ষীৰাজৰ সাধু, ধেমাজি বুক ষ্টল,১৯৯৯ চন
- সোণমাহীৰ সাধু, ধেমাজি বুক ষ্টল, ১৯৯৯ চন
- সোণ-জানৰ সাধু, ধেমাজি বুক ষ্টল, ১৯৯৯ চন
- বনকুঁৱৰী কৰ্ছনদেৱীৰ সাধু, ধেমাজি বুক ষ্টল, ২০০২ চন
- আজো ককা দিনৰ সাধু, ধেমাজি বুক ষ্টল, ২০০২ চন
- দুষ্টৰ সঙ্গ নলবা, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৬ চন
- সাতভনীৰ ৰূপ কথা, বনলতা, পাণবজাৰ, ২০০৭ চন
- সৎ উপদেশৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৮ চন
- মহৰ্ষি টলষ্টয়ৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৮ চন
- বগীবিলৰ সাধু, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৮ চন
- ৰামায়ণৰ ৰসাল সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৯ চন
- বিষ্ণু অৱতাৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৯ চন
- ভূতৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৯ চন
- মহাভাৰতৰ আদি কথা, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১০ চন
- কণমানিহঁতৰ সাধু, শিৰামণি প্ৰকাশন, গুৱাহাটী, ২০১০ চন
- সোৱাদ লগা সাধু, জাৰ্ণেল এম্পৰিয়াম, গুৱাহাটী, ২০১০ চন
- অসমৰ বীৰ-বীৰাঙ্গনী, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০০ চন
- শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু প্ৰতিভা, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০১ চন
- সৰ্বোত্তম বঁটা বিজয়ী অসমীয়া, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৬ চন
- মহাত্মা গান্ধীৰ জীৱনী, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৯ চন
- জৱাহৰলাল নেহৰুৰ জীৱনী, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৯ চন
- বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনালেখ্য, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৯ চন
- অৰ্জুন ভোগেশ্বৰ বৰুৱা, কিৰণ প্ৰকাশন, ধেমাজি , ২০০৯ চন
- জ্যোতিপ্ৰসাদ আগৰৱালা জীৱন-প্ৰতিভা, কিৰণ প্ৰকাশন, ধেমাজি, ২০১০ চন
- মহৎ লোকৰ জীৱনী, জাৰ্ণেল এম্পৰিয়াম, গুৱাহাটী, ২০১০ চন
- ভাৰতৰ প্ৰধানমন্ত্ৰী, কিৰণ প্ৰকাশন, ধেমাজি, ২০১১ চন
- বৰেণ্য ব্যক্তিসকল, কিৰণ প্ৰকাশন, ধেমাজি, ২০১১ চন
- মাধৱদেৱৰ জীৱন আৰু কৃতী, জাগৰণ সাহিত্য প্ৰকাশ, গুৱাহাটী, ২০১১ চন
- শংকৰদেৱৰ জীৱনী, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১১ চন
- অসম বীৰৰ চানেকি, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১২ চন
- লাচিত বৰফুকন, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১২ চন
- আনন্দৰাম বৰুৱা, সৰস্বতী প্ৰকাশন, গোলাঘাট, ২০১২ চন
- ভূপেন হাজৰিকা, সৰস্বতী প্ৰকাশন, গোলাঘাট, ২০১২ চন
- মাধৱদেবৰ জীৱনী, দত্ত প্ৰকাশন, উত্তৰ লক্ষীমপুৰ, ২০১২ চন
- বিংশ শতিকাৰ বিশিষ্ট সাহিত্যিকৰ জীৱনী, কিৰণ প্ৰকাশন, ধেমাজি, ২০১২ চন
- একবিংশ শতিকাৰ প্ৰসিদ্ধ অসমীয়া সাহিত্যিক কিৰণ প্ৰকাশন, ধেমাজি, ২০১৩ চন
- বিশ্বশ্ৰেষ্ঠা ভাৰতীয় মহিয়সী, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৩ চন
- বিশ্ব বিশ্ৰুত গণিতজ্ঞসকল, বি.এচ.কে. প্ৰকাশন, গুৱাহাটী, ২০১৩ চন
- বিশ্ববিখ্যাত সাহিত্যিকৰ জীৱনী, বি.এচ.কে. প্ৰকাশন, গুৱাহাটী, ২০১৩ চন
- লক্ষ্মীনাথ বেজবৰুৱা, কিতাপ সমলয়, গুৱাহাটী, ২০১৩ চন
- ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৪ চন
- শংকৰদেৱ, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৪ চন
- বিশ্ববিখ্যাত বিজ্ঞানী, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৪ চন
- মহামানৱৰ মহা জীৱনী , সৰস্বতী প্ৰকাশন, গোলাঘাট, ২০১৪ চন
- মহাকবি কালিদাস, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৫ চন
- অসমৰ মুখ্যমন্ত্ৰীসকল, এম, আৰ প্ৰকাশন, গুৱাহাটী, ২০১৫ চন
- স্বামী বিবেকানন্দ, কিতাপ সমলয়, গুৱাহাটী, ২০১৫ চন
- বিশ্ববৰেণ্য ব্যক্তি, কিতাপ সমলয়, গুৱাহাটী, ২০১৬ চন
- মাদাৰ টেৰেছা, কিতাপ সমলয়, গুৱাহাটী, ২০১৬ চন
- ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ, কিতাপ সমলয়, গুৱাহাটী, ২০১৬ চন
- মহীয়সী অসমীয়া ৰমণী, কিতাপ সমলয়, গুৱাহাটী, ২০১৬ চন
- অসম সাহিত্যসভাৰ সভাপতিসকল এম.আৰ প্ৰকাশন, গুৱাহাটী, ২০১৭ চন
- অসম সাহিত্যসভাৰ প্ৰধান সম্পাদকসকল, কলিতা বুক ষ্টল, গোগামুখ, ২০১৭ চন
- পদ্মনাথ গোহাঞিবৰুৱা, কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
- ড॰ ৰাজেন্দ্ৰ প্ৰসাদ, কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
- কৃষ্ণকান্ত সন্দিকৈ, কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
- নেতাজী সুভাষ চন্দ্ৰ বসু, কুঞ্জলতা প্ৰকাশন, গুৱাহাটী, ২০১৮ চন
- মৌলানা আবুল কালাম আজাদ, কিতাপ সমলয়, গুৱাহাটী, ২০১৮ চন
- মহৎ ব্যক্তিৰ জীৱনী, স্বাগতা প্ৰকাশন, ২০১৮ চন
- ভাৰতৰ ৰাষ্ট্ৰপতি, কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
- ভাৰতৰ প্ৰধানমন্ত্ৰী, গুৱাহাটী, ২০১৮ চন
সম্পাদনা আৰু সংগ্ৰহ
[সম্পাদনা কৰক]- ‘এনবিয়ান’ নৰ্থবেঙ্গ কলেজ মুখপত্ৰ, একাদশ সংখ্যা, ১৯৭৬-৭৭ চন
- এপলক [কবিতা পুথি], জননী প্ৰকাশন, ধেমাজি , ১৯৮২ চন
- মিৰি মিগাৰ, জননী প্ৰকাশন, ধেমাজি, ১৯৮২ চন
- আগন্তুক ভূমিকম্প সংঘাট আৰু সংশয়, অনুসন্ধান প্ৰকাশন, ১৯৮৭ চন
- মি মিমাক, জননী প্ৰকাশন, ধেমাজি, ১৯৮৭ চন
- অকণিৰ নিৰ্বাচিত কুইজ, ধেমাজি বুক ষ্টল, ধেমাজি, ১৯৯৪ চন
- মহাপ্ৰলয়, জননী প্ৰকাশন, ধেমাজি, ১৯৯৫ চন
- এনবিয়ান-নৰ্থবেঙ্ক কলেজৰ একাদশ সংখ্যা মুখপত্ৰ সম্পাদনা, ১৯৭৭ চন
- বিহু বিহু লাগিছে গাত, বনলতা, পাণবজাৰ, গুৱাহাটী, ১৯৯৭ চন
- হাঁহি আৰু হাঁহক (বিহুগীত সংগ্ৰহ),বনলতা, পাণবজাৰ, গুৱাহাটী, ১৯৯৭ চন
- বুনিয়াদী ধাৰাপাত(প্ৰথম), ধেমাজি বুক ষ্টল, ধেমাজি, ১৯৯৯ চন
- সোণসিৰি (স্মৃতি গ্ৰন্থ), ধেমাজি জিলা চুতীয়া জাতি সন্মিলন, ১৯৮৪ চন
- কোনে কেনেকৈ খ্যাতি লভিছিল, কিতাপ সমলয়, ২০১৮ চন
- ৰাজকুমাৰী সাধনী, কিতাপ সমলয়, ২০১৮ চন
- চৰ্দাৰ বল্লভ ভাই পেটেল, কিতাপ সমলয়, ২০১৮ চন
- গোপীনাথ বৰদলৈ, কিতাপ সমলয়, ২০১৮ চন
- অটল বিহাৰী বাজপেয়ী, কিতাপ সমলয়, ২০১৮ চন
- স্বহীদ কনকলতা বৰুৱা, কিতাপ সমলয়, ২০১৮ চন
- তৰুণৰাম ফুকন, কিতাপ সমলয়, ২০১৮ চন
- ৰজা ৰত্নধ্বজ, কিতাপ সমলয়, ২০১৮ চন
- বিশ্বৰ মহান ব্যক্তি, স্বাগতা পাব্লিকেচন, ২০২০ চন
অন্যান্য
[সম্পাদনা কৰক]- সপোনৰ ফলাফল বিচাৰ আৰু অন্যান্য, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০০ চন
- সাঁথৰ টোপোলা, ভট্টাচাৰ্য এজেঞ্চি, ডিব্ৰুগড়, ২০০১ চন
- নিৰ্বাচিত কুইজ, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৩ চন
- মহৎ লোকৰ অমৰবাণী, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৬ চন
- ফকৰা যোজনাত মানুহৰ চৰিত্ৰ বিচাৰ, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৬ চন
- স্যমন্তক হৰণ, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৬ চন
- গুপ্তমণি, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৬ চন
- সাঁথৰ ভাঙো আহা, বনলতা, পাণবজাৰ, গুৱাহাটী, ২০০৭ চন
- জানানে (২) স্মৰণীয় দিনবোৰ, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৭ চন
- কিৰণ প্ৰকাশনৰ অমূল্য গ্ৰন্থ, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৭ চন
- বৰগীত, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৮ চন
- ক্ৰিকেট, খেল-খেলুৱৈ আৰু কুইজ, বনলতা, পাণবজাৰ, গুৱাহাটী, ২০০৮ চন
- সুবলিত গ্ৰন্থ কানন, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৯ চন
- গুণমালা, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৯ চন
- ‘চুমা’ তিনিমহীয়া কবিতা আলোচনী সম্পাদনা কৰা হয়, পিছত ‘ফিৰিঙতি’ নামেৰে প্ৰকাশ পায়, ১৯৮১-৮৩ চন
- ‘সীমান্ত সংবাদ’ ধেমাজিৰ পৰা প্ৰকাশ পোৱা পষেকীয়া, কাকতখনৰ দুটা সংখ্যা সম্পাদনা কৰা হয়, ১৯৯১-৯২ চন
- বিহুগীত সম্ভাৰ[বিহুগীত সংগ্ৰহ পুথি], এম,আৰ পাব্লিকেচন, গুৱাহাটী, ২০১৭ চন
- সপোনৰ ফলাফল বিচাৰ[৪১্থঃযপ্তমযষষ্ঠ প্ৰকাশ], কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
- সৌভাগ্য জনা আৰু লাভৰ উপায় কুঞ্জলতা প্ৰকাশন, গুৱাহাটী, ২০১৮ চন
- শাক পাচলিৰ ঔষধি গুণ, ৰেখা প্ৰকাশন,২০১৯ চন
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ২০১৪ চনত সুৰেন্দ্ৰ নাথ গগৈ সোঁৱৰণী বঁটা
- ২০১৫ চনত অনন্তধন বঁটা (বৰপেটা)
- অসম চৰকাৰৰ সাহিত্যিক পেন্সন
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ https://www.scientiabooks.in/product/pratimak-palane-paran-purendra-prasad-saikia/
- ↑ https://www.google.com/search?q=%E0%A6%AA%E0%A7%82%E0%A7%B0%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0+%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BE%E0%A6%A6+%E0%A6%B6%E0%A6%87%E0%A6%95%E0%A7%80%E0%A7%9F%E0%A6%BE&rlz=1C1VDKB_enIN972IN972&sxsrf=APq-WBsjkhINDVhjyV36uJP0P_weeEcpbA:1649857827886&tbm=isch&source=iu&ictx=1&vet=1&fir=ErcluusxjZtQpM%252CcbpyIYy9CtWE8M%252C_%253BT6n9gfYkUZgUlM%252Cq0e4SmRNIHVWNM%252C_%253BTVAFctuIYbDzGM%252CkBe7T5oI5rhW6M%252C_%253BUC6o79WlJNUIsM%252CTdmriGxkumAxVM%252C_%253Bhj2iOrCM_LFpOM%252C5pQadm-LHYmP4M%252C_%253B0kHq_wRC3MPhPM%252CHjpLIEVKHHcNJM%252C_%253Bn8viCDNMpknpxM%252CkBe7T5oI5rhW6M%252C_%253B71bKBg3rRtdvbM%252CcbpyIYy9CtWE8M%252C_%253BPUK9bGSNUUa05M%252CSW2vy_RMZnx1lM%252C_%253BP8zYvv5IEqIKmM%252CaM-ktJi_w9yWGM%252C_&usg=AI4_-kRlNo30OI7JY3SUdX6wl8PKSEUjDQ&sa=X&ved=2ahUKEwiO-Iqul5H3AhXyldgFHcERDGAQ9QF6BAgYEAE#imgrc=T6n9gfYkUZgUlM