প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য
অৱয়ব
প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য বড়ো ভাষাৰ প্ৰথমজন গৱেষক তথা ইণ্ডো-তিব্বতীয় ভাষাৰো গৱেষক। সাহিত্যাচাৰ্য প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যই বড়োৰ লগতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে।[1] তেওঁ বি বৰুৱা কলেজৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৬২ চনত অধ্যক্ষ হয়।[2] তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অংশকালীন অধ্যাপকৰূপেও যোগদান কৰিছিল। ২০১৮ চনৰ ১২ নৱেম্বৰত তেওঁৰ মৃত্যু হয়।[2] [3]
জন্ম
[সম্পাদনা কৰক]প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল ১৯২৫ চনত নলবাৰীৰ দীঘেলীত। [4]
শিক্ষা
[সম্পাদনা কৰক]ক) অসমীয়া বিষয়ত স্নাতকোত্তৰ(১৯৫১)।
খ) পি এইচ ডি
কৰ্মৰাজি
[সম্পাদনা কৰক]কাকত সম্পাদনা
[সম্পাদনা কৰক]- দৈনিক অসমীয়া
- নতুন অসমীয়া
সাহিত্য কৰ্ম
[সম্পাদনা কৰক](১) কবিতা সংকলন:-
- সৰা ফুল
- কুঁৱলীৰ আঁৰে আঁৰে
(২) গ্ৰন্থ:-
- A Descriptive Analysis of the Boro Language[5]
- Aspect of North East Indian Languages (2003)
- অসমৰ জনজাতি[6]
- অসমীয়া
সন্মান
[সম্পাদনা কৰক]- কামৰূপ ৰত্ন[7]
- প্ৰজ্গা ভূষণ
- বডোফা উপেন ব্ৰহ্ম বঁটা
- কৃষ্ণকান্ত সন্দিকৈ সাহিত্য বঁটা
- আনন্দৰাম বৰুৱা বঁটা
- সৰ্বেশ্বৰ বৰদলৈ বঁটা
- গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা
- সাহিত্যচাৰ্য
- ডি লিট[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 ৰাভা হাকাচাম, উপেন (১ম প্ৰকাশ, জানুৱাৰী ২০১৩). ভাষা-সাহিত্যৰ স্ৰষ্টা-দ্ৰষ্টা আৰু সমাজ-নিৰ্মাতা. আঁক বাক প্ৰকাশন.
- ↑ 2.0 2.1 "সাহিত্যাচাৰ্য ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আৰু নাই". অসমীয়া প্ৰতিদিন. 12 Nov 2018. Archived from the original on 20 August 2019. https://web.archive.org/web/20190820082228/https://www.asomiyapratidin.in/pramod-bhattacharjee-no-more/। আহৰণ কৰা হৈছে: 20 August 2019.
- ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৭-১৮ বৰ্ষ, সম্পাদক- তুলিকা সেনাপতি, পৃষ্ঠা সংখ্যা-২৫
- ↑ ভৰালী, হেমন্ত কুমাৰ. অসম কোষ.
- ↑ Pramod Chandra Bhattacharya (1977). A Descriptive Analysis of the Boro Language. Department of Publication, Gauhati University. পৃষ্ঠা. 404. https://books.google.co.in/books/about/A_Descriptive_Analysis_of_the_Boro_Langu.html?id=9wEKAQAAIAAJ&redir_esc=y.
- ↑ Pramod Chandra Bhattacharya (1962). Asamara janajāti. Asama Sāhitya Sabhā. পৃষ্ঠা. 350. https://books.google.co.in/books?id=--EhAAAAMAAJ&q=inauthor:%22Pramod+Chandra+Bhattacharya%22&dq=inauthor:%22Pramod+Chandra+Bhattacharya%22&hl=en&sa=X&ved=0ahUKEwipkoHIgZHkAhXTfH0KHbgMAvsQ6AEINzAD.
- ↑ নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৭-১৮ বৰ্ষ, সম্পাদক- তুলিকা সেনাপতি, পৃষ্ঠা সংখ্যা-২৫