ফৰিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ফৰিং হৈছে কেলিফেৰা উপক্ৰমৰ অন্তৰ্গত পোক-পৰুৱাৰ এটা গোট। প্ৰায় ২৫ কোটি বছৰ আগৰ ট্ৰাইএছিক যুগৰ আৰম্ভণিৰ পৰাই চোবাই খোৱা তৃণভোজী পোক-পৰুৱাৰ সম্ভৱতঃ আটাইতকৈ প্ৰাচীন জীৱিত গোটটোৰ ভিতৰত এইবোৰ অন্যতম।