সমললৈ যাওক

বকাসুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বকাসুৰ
স্বীকৃতি ৰাক্ষস
লিখনিসমূহ মহাভাৰত
অঞ্চল একাচক্ৰপুৰ
ব্যক্তিগত তথ্য
জন্ম।
গড়বেটা, পশ্চিম বংগ, ভাৰত
ভাই-ভনীসকল কিৰমিৰা (কনিষ্ঠ ভাতৃ)

বকাসুৰ (সংস্কৃত: बकासुर, IAST: Bakasura),হিন্দু মহাকাব্য মহাভাৰতৰ উল্লেখ থকা এটা অসুৰ। ইয়াক বকা নামেৰেও জনা যায়। ই বৰ্তমান পশ্চিমবংগৰ গড়বেটাৰ সমীপৰ অৰণ্য অঞ্চলত বাস কৰিছিল বুলি উল্লেখ আছে। ৰাজ্য বিস্তাৰ আৰু নিজৰ পৰাক্ৰম দেখুৱাৰ বাবে বকাসুৰে প্ৰজাক অত্যাচাৰ কৰিছিল। প্ৰজাৰ মাজৰ পৰা পাল পাতি এজন এজনকৈ লোক বকাসুৰৰ ভোজন হৈ আহিছিল।[1] অজ্ঞাত বাসৰ সময়ত পাণ্ডৱক আশ্ৰয় দিয়া ব্ৰাক্ষ্মণ পৰিয়ালক ৰক্ষা কৰিবলৈ মাতৃ কুন্তিৰ আদেশ মতে ভীমে বকাসুৰৰ খাদ্য হৈ গৈছিল আৰু পিছত ভীমে যুদ্ধত বকাসুৰক বধ কৰিছিল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2012-06-15). "Bakasura, Bakāsura: 4 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/bakasura। আহৰণ কৰা হৈছে: 2022-11-13. 
  2. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 75. https://archive.org/details/indiathroughages00mada.