বকুল ফুলৰ দৰে (গ্ৰন্থ)
অৱয়ব
(বকুল ফুলৰ দৰেৰ পৰা পুনঃনিৰ্দেশিত)
বকুল ফুলৰ দৰে | |
---|---|
![]() গ্ৰন্থখনৰ বেটুপাত | |
লেখক | মৃণাল কলিতা |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | উপন্যাস |
প্ৰকাশক | বান্ধৱ প্ৰকাশন |
প্ৰকাশ | নৱেম্বৰ, ২০১৫ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ১৮৩ |
'
লেখক পৰিচিতি
[সম্পাদনা কৰক]প্ৰধান প্ৰবন্ধ: মৃণাল কলিতা
বকুল ফুলৰ দৰে উপন্যাসখনৰ ৰচক মৃণাল কলিতা অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ।[1] তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক।
লেখকৰ অন্যান্য গ্ৰন্থ
[সম্পাদনা কৰক]- অনুশীলন (গল্প সংকলন)
- অযান্ত্ৰিক অনুশীলন (গল্প সংকলন)
- গডফাদাৰৰ হাত আৰু চয়তানৰ মগজু (ৰচনা সংকলন)
- গণিতৰ বৰ্ণিল জগত (জনপ্ৰিয় গণিতৰ পুথি)
- ৰিব্ৰিব্, মুনমীহঁতৰ শেষ নোহোৱা কাহিনী (কাহিনী সংকলন)
- অভিমন্যু (উপন্যাস)
- কাঠ হোৱা চকুলোৰ গান (উপন্যাস সংকলন)
- মৃত্যুৰ সিপাৰে (গল্প সমগ্ৰ)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ মৃণাল কলিতা (২০১৯). অসমীয়া সাহিত্য চয়নিকা. প্ৰকাশক গুৱাহাটী: অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগম লিমিটেড. পৃষ্ঠা. ৬৯-৭০.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিউদ্ধৃতিত বকুল ফুলৰ দৰে (গ্ৰন্থ) বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |