অ (বঙালী)
অৱয়ব
(বঙালী আখৰ অৰ পৰা পুনঃনিৰ্দেশিত)
অ (বঙালী লিপিত অ) বঙালী স্বৰবৰ্ণমালাৰ প্ৰথম আখৰ।[1] ই এক স্বৰবৰ্ণ, অৰ্থাৎ এই আখৰ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত বাধিত নহয়।
এই স্বৰবৰ্ণৰ স্বৰচিহ্ন
[সম্পাদনা কৰক]ব্যঞ্জনবৰ্ণ যেনে ক, খ, গৰ সৈতে এই বৰ্ণ যংযুক্ত হৈ থাকে। সেয়ে এই বৰ্ণ স্বৰবৰ্ণৰ সৈতে যোগ হ'লে কোনো অন্য চিনৰ প্ৰয়োগ নহয়। যেনে ক্+অ=ক।
'অ'ৰে আৰম্ভ শব্দ
[সম্পাদনা কৰক]- অমৰ
- অসম
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি