ক (বঙালী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বঙালী আখৰ কৰ পৰা পুনঃনিৰ্দেশিত)

(বঙালী লিপিত ক) বঙালী ব্যঞ্জনবৰ্ণমালাৰ প্ৰথম আখৰ।[1] ক এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ক উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।

স্বৰবৰ্ণৰ সৈতে যোগ হ'লে[সম্পাদনা কৰক]

আ-- কা

ই-- কি

ঈ-- কী

উ-- কু

ঊ-- কূ

ঋ-- কৃ

এ-- কে

ঐ-- কৈ

ও-- কো

ঔ-- কৌ

কৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • কৰ (হাত)
  • কাম (কাম)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি