গ (বঙালী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বঙালী আখৰ গৰ পৰা পুনঃনিৰ্দেশিত)

(বঙালী লিপিত গ, আই-পি-এ:/gɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৩য় আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ গ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।

স্বৰববৰ্ণৰ সৈতে যোগ হ'লে[সম্পাদনা কৰক]

আ-- গা

ই-- গি

ঈ-- গী

উ-- গু

ঊ-- গূ

ঋ-- গৃ

এ-- গে

ঐ-- গৈ

ও-- গো

ঔ-- গৌ

গৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • গৰল (বিহ)
  • গঙ্গা (গংগা)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি