গ
অৱয়ব
এই প্ৰবন্ধটো অসমীয়া ভাষাৰ বৰ্ণটোৰ বিষয়ে। বঙালী ভাষাৰ বৰ্ণটোৰ বাবে বাংলা আখৰ গ চাওক।
গ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
গ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩য় আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'গ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'গ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'গ'-ক এনেদৰে
লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'গ'ৰ লগত যোগ হ'লে |
|---|---|
| অ | গ |
| আ | গা |
| ই | গি |
| ঈ | গী |
| উ | গু/গু |
| ঊ | গূ |
| ঋ | গৃ |
| এ | গে |
| ঐ | গৈ |
| ও | গো |
| ঔ | গৌ |
যুক্তবৰ্ণ (গ যোগ)
[সম্পাদনা কৰক]গ + ধ = গ্ধ = মুগ্ধ
গ + ন = গ্ন = ৰুগ্ন
গ + ম = গ্ম = যুগ্ম
গ + য = গ্য = ভাগ্য
গ + ৰ = গ্ৰ = গ্ৰহ
গ + ল = গ্ল = গ্লানি
'গ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013