হ
অৱয়ব
হ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
হ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'হ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'হ' উচ্চাৰণ কৰোতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'হ'ৰ লগত যোগ হ'লে |
|---|---|
| অ | হ |
| আ | হা |
| ই | হি |
| ঈ | হী |
| উ | হু/হু |
| ঊ | হূ |
| ঋ | হৃ/হৃ |
| এ | হে |
| ঐ | হৈ |
| ও | হো |
| ঔ | হৌ |
যুক্তবৰ্ণ (হ যোগ)
[সম্পাদনা কৰক]হ + ণ = হ্ণ = মধ্যাহ্ণ
হ + ন = হ্ন = প্ৰাহ্ণ/চিহ্ন
হ + ব = হ্ব = জিহ্বা
হ + ম = হ্ম = ব্ৰহ্মপুত্ৰ
হ + য = হ্য = সহ্য
হ + ৰ = হ্ৰ = হ্ৰদ/হ্ৰাস
হ + ল = হ্ল = প্ৰহ্লাদ
'হ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- হাতী
- হনুমান
- হলৌ বান্দৰ
- হাত
- হাবি
- হৰি
- হাঁহ
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ