ৱ
অৱয়ব
ৱ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ৱ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৯ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1]

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ৱ'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ৱ |
| আ | ৱা |
| ই | ৱি |
| ঈ | ৱী |
| উ | ৱু |
| ঊ | ৱূ |
| ঋ | ৱৃ |
| এ | ৱে |
| ঐ | ৱৈ |
| ও | ৱো |
| ঔ | ৱৌ |
'ৱ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- ৱিকিপিডিয়া
- ৱেবছাইট
- ৱাল্ট
- ৱাহিদা
- ৱাশ্বিংটন
'ৱ'যুক্ত শব্দ
[সম্পাদনা কৰক]- কৱচ
- কাৱৈ
- কুঁৱৰী
- কেৱল
- গাঁৱলীয়া
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ