ণ
অৱয়ব
ণ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ণ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ পঞ্চদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ণ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ণ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ণ'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ণ |
| আ | ণা |
| ই | ণি |
| ঈ | ণী |
| উ | ণু |
| ঊ | ণূ |
| ঋ | ণৃ |
| এ | ণে |
| ঐ | ণৈ |
| ও | ণো |
| ঔ | ণৌ |
যুক্তবৰ্ণ (ণ যোগ)
[সম্পাদনা কৰক]ণ্ + ট = ণ্ট = কণ্টক
ণ্ + ঠ = ণ্ঠ = কণ্ঠ
ণ্ + ড = ণ্ড = মণ্ডল
ণ্ + য় = ণ্য = অৰণ্য
ণ্ + ণ্ = ণ্ণ = বিষণ্ণ
'ণ'ৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]ণিজন্ত
'ণ'যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- কাণ
- কণ
- কণা
- কণমানি
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ