ছ
অৱয়ব
ছ |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
ছ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৭ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ছ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ছ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]স্বৰবৰ্ণ | 'ছ'ৰ লগত যোগ হ'লে |
---|---|
অ | ছ |
আ | ছা |
ই | ছি |
ঈ | ছী |
উ | ছু |
ঊ | ছূ |
ঋ | ছৃ |
এ | ছে |
ঐ | ছৈ |
ও | ছো |
ঔ | ছৌ |
'ছ'ৰে আৰম্ভ শব্দ
[সম্পাদনা কৰক]- ছোৱালী
- ছাগলী
- ছকোৱা
- ছবি
- ছাঁ
- ছিঁৰাল
- ছয়
- ছাৰ আদি।
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ