অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৭ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ছ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ছ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'ছ'ৰ লগত যোগ হ'লে
ছা
ছি
ছী
ছু
ছূ
ছৃ
ছে
ছৈ
ছো
ছৌ

যুক্তবৰ্ণ (ছ যোগ)[সম্পাদনা কৰক]

ছ্ + ব = ছ্ব
ছ্ + য় = ছ্য
ছ্ + ৰ = ছ্ৰ

'ছ'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • ছোৱালী
  • ছাগলী
  • ছকোৱা
  • ছাঁ
  • ছিঁৰাল আদি।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ