ঢ
অৱয়ব
ঢ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ঢ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্দশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'ঢ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঢ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ঢ'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ঢ |
| আ | ঢা |
| ই | ঢি |
| ঈ | ঢী |
| উ | ঢু |
| ঊ | ঢূ |
| ঋ | ঢৃ |
| এ | ঢে |
| ঐ | ঢৈ |
| ও | ঢো |
| ঔ | ঢৌ |
'ঢ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- ঢোল
- ঢেঁকী
- ঢকুৱাখনা
- ঢেকীয়াজুলি
- ঢং
- ঢক
- ঢগা
- ঢকুৱা
- ঢেকীয়াখোৱা
- ঢৌ
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ