অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্দশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'ঢ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঢ' উচ্চাৰণ কৰোতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'ঢ'ৰ লগত যোগ হ'লে
ঢা
ঢি
ঢী
ঢু
ঢূ
ঢৃ
ঢে
ঢৈ
ঢো
ঢৌ

'ঢ'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • ঢোল
  • ঢং
  • ঢক
  • ঢগা
  • ঢকুৱা আদি।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of ৱ্যঞ্জন বৰ্ণ