অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দশম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1]

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'ঞ'ৰ লগত যোগ হ'লে
ঞা
ঞি
ঞী
ঞু
ঞূ
ঞৃ
ঞে
ঞৈ
ঞো
ঞৌ

যুক্তবৰ্ণ (ঞ যোগ)[সম্পাদনা কৰক]

ঞ + চ = ঞ্চ = অঞ্চল
ঞ + ছ = ঞ্ছ = বাঞ্ছা
ঞ + জ = ঞ্জ = আঞ্জা
ঞ + ঝ = ঞ্ঝ = ঝঞ্ঝা

'ঞ'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • জিঞা
  • ঝিঞা
  • চিঞা
  • চিঞৰ
  • মঞি আদি।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of ৱ্যঞ্জন বৰ্ণ