ঞ
অৱয়ব
ঞ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ঞ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দশম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1]

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ঞ'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ঞ |
| আ | ঞা |
| ই | ঞি |
| ঈ | ঞী |
| উ | ঞু |
| ঊ | ঞূ |
| ঋ | ঞৃ |
| এ | ঞে |
| ঐ | ঞৈ |
| ও | ঞো |
| ঔ | ঞৌ |
যুক্তবৰ্ণ (ঞ যোগ)
[সম্পাদনা কৰক]ঞ্ + চ = ঞ্চ = অঞ্চল
ঞ্ + ছ = ঞ্ছ = বাঞ্ছা
ঞ্ + জ = ঞ্জ = আঞ্জা
ঞ্ + ঝ = ঞ্ঝ = ঝঞ্ঝা
'ঞ'ধ্বনি যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- জিঞা
- ঝিঞা
- চিঞা
- মিঞা
- চিঞৰ
- মঞি
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ