ন
অৱয়ব
ন |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ন অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২০ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ন'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ন' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ন'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ন |
| আ | না |
| ই | নি |
| ঈ | নী |
| উ | নু |
| ঊ | নূ |
| ঋ | নৃ |
| এ | নে |
| ঐ | নৈ |
| ও | নো |
| ঔ | নৌ |
যুক্তবৰ্ণ (ন যোগ)
[সম্পাদনা কৰক]ন্ + ত + ৱ = ন্ত্ব = সান্ত্বনা
ন্ + থ = ন্থ = গ্ৰন্থ
ন্ + দ = ন্দ = মন্দ
ন্ + ধ = ন্ধ = অন্ধ
ন্ + ন = ন্ন = অন্ন
ন্ + ব = ন্ব = অন্বেষণ
ন্ + ম = ন্ম = জন্ম
ন্ + য় = ন্য = মান্য
ন্ + স = ন্স = ফ্ৰান্স
'ন'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ