ফ
ফ |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
ফ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২২ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'ফ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ফ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]
স্বৰবৰ্ণ | 'ফ'ৰ লগত যোগ হ'লে |
---|---|
অ | ফ |
আ | ফা |
ই | ফি |
ঈ | ফী |
উ | ফু |
ঊ | ফূ |
ঋ | ফৃ |
এ | ফে |
ঐ | ফৈ |
ও | ফো |
ঔ | ফৌ |
যুক্তবৰ্ণ (ফ যোগ)[সম্পাদনা কৰক]
ফ + য = ফ্য
ফ + ৰ = ফ্ৰ = ফ্ৰান্স
ফ + ল = ফ্ল জ়্বের গূফ্লান
'ফ'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]
- ফলক
- ফণি
- ফৰিং
- ফচল
- ফাঁকি আদি।
তথ্যসংগ্ৰহ[সম্পাদনা কৰক]
- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ