য়
অৱয়ব
য় |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
য় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1]

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'য়'ৰ লগত যোগ হ'লে |
|---|---|
| অ | য় |
| আ | য়া |
| ই | য়ি |
| ঈ | য়ী |
| উ | য়ু |
| ঊ | য়ূ |
| ঋ | য়ৃ |
| এ | য়ে |
| ঐ | য়ৈ |
| ও | য়ো |
| ঔ | য়ৌ |
'য়'যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- বয়স
- লয়
- ভয়
- জয়
- ৰয়নী
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ