ং
অৱয়ব
ং |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
ং (উনস্বৰ) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৯ নং বৰ্ণ। উনস্বৰ হৈছে নাকৰ ধ্বনিৰ প্ৰকাৰ চিনাক্তকৰণৰ বাবে ব্যৱহাৰ কৰা বৈশিষ্ট্যপূৰ্ণ বা ধ্বনিগত চিহ্ন। ইয়াৰ উৎপত্তি সংস্কৃত ভাষা আৰু ব্ৰাহ্মী লিপিত আৰু ইয়াৰ ব্যৱহাৰ হয় মূলতঃ দেৱনাগৰী, অসমীয়া-বাংলা, বাৰ্মিজ, সিংহল, তেলুগু, থাই আদি লিপিৰ ক্ষেত্ৰত। শব্দটোৰ ভাষা আৰু স্থানৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ উচ্চাৰণ ভিন্ন হয়।