ড
অৱয়ব
ড |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ড অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'ড'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ড' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ড'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ড |
| আ | ডা |
| ই | ডি |
| ঈ | ডী |
| উ | ডু |
| ঊ | ডূ |
| ঋ | ডৃ |
| এ | ডে |
| ঐ | ডৈ |
| ও | ডো |
| ঔ | ডৌ |
যুক্তবৰ্ণ (ড যোগ)
[সম্পাদনা কৰক]ড + ড = ড্ড = আড্ডা
ড + ৰ = ড্ৰ = ড্ৰাম
'ড'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- ডবকা
- ডবা
- ডংকা
- ডকাইত
- ডাং
- ডেউকা
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ